ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Woman Shot Dead Outside School In Manipur I মণিপুৰত বিদ্যালয়ৰ বাহিৰত দুৰ্বৃত্তৰ আক্ৰমণ, নিহত মহিলা

নিউজ ডেস্কঃ

News Desk by News Desk
July 6, 2023
Reading Time: 1 min read
A A
0
Woman Shot Dead Outside School In Manipur I মণিপুৰত বিদ্যালয়ৰ বাহিৰত দুৰ্বৃত্তৰ আক্ৰমণ, নিহত মহিলা

RELATED POSTS

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

মণিপুৰত কেইবামাহ ধৰি চলি থকা সাম্প্ৰদায়িক সংঘাতৰ (Manipur communal conflict) অন্তত বুধবাৰে মুকলি হʼয় বিদ্যালয়। কিন্তু বৃহস্পতিবাৰে বিদ্যালয়ৰ বাহিৰত এগৰাকী মহিলাক গুলীয়াই হত্যা (Woman shot dead outside school in Manipur) কৰা হয়। পশ্চিম ইম্ফল জিলাৰ এখন বিদ্যালয়ৰ বাহিৰত অচিনাক্ত দুষ্কৃতিকাৰীয়ে এগৰাকী মহিলাৰ ওপৰত গুলীচালনা কৰে। মহিলাগৰাকীৰ নাম জানিব পৰা হোৱা নাই।

মণিপুৰ
মণিপুৰত বিদ্যালয়ৰ বাহিৰত দুৰ্বৃত্তৰ আক্ৰমণ:

উল্লেখযোগ্য যে বিগত দুমাহ ধৰি মণিপুৰত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষত এশৰো অধিক লোকৰ মৃত্যু হৈছে। বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ৰঞ্জন সিঙৰ ঘৰত পেট্ৰʼল বোমা নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে। মণিপুৰ চৰকাৰৰ একমাত্ৰ মহিলা মন্ত্ৰী কাংপোকপিৰ বিধায়িকা নেমচা কিগপেনৰ ঘৰ ক্ষুব্ধ ৰাইজে জ্বলাই দিয়ে। ৰাজ্যৰ জনস্বাস্থ্য, কাৰিকৰী আৰু গ্ৰাহক সুৰক্ষা মন্ত্ৰী এল সুচিন্দ্ৰ মেইটেইৰ ঘৰৰ কাষতে থকা এটা গুদামত অগ্নিসংযোগ কৰে দুষ্কৃতিকাৰীয়ে। অশান্তিৰ মাজতে ৰাজ্যখন ভ্ৰমণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

manipur 2 | ASSAM TIMES POST

কিন্তু তাৰ পিছতো পৰিস্থিতিৰ কোনো পৰিৱৰ্তন নহʼল। বিজেপিশাসিত মণিপুৰত অশান্তিৰ বাবে ৰাষ্ট্ৰীয় ৰাজনীতি তুংগত উঠিছে। কেইবাটাও বিৰোধী দলে ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসনৰ দাবী উত্থাপন কৰিছে। মণিপুৰৰ পৰিস্থিতিৰ প্ৰতি প্ৰধানমন্ত্ৰী কিয় মৌন হৈ আছে সেই প্ৰশ্নও উত্থাপন কৰে বিৰোধীয়ে। মণিপুৰ সন্দৰ্ভত দিল্লীত অমিত শ্বাহে সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰে। মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিঙৰ সৈতেও শ্বাহে বৈঠকত মিলিত হয়।

মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত শ্বাহৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মণিপুৰলৈ গৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীও। কিন্তু ৰাজ্যখন এতিয়াও অস্থিৰ।তাৰ মাজতে যোৱা সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে বিদ্যালয় খোলাৰ কথা ঘোষণা কৰে। বুধবাৰে প্ৰথমৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে খোলা হয় বিদ্যালয়। প্ৰথমদিনা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ হাৰ অতি কম আছিল। অৱশ্যে বিদ্যালয় খোলাৰ সিদ্ধান্তক আদৰণি জনাইছে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে। কিন্তু বিদ্যালয় খোলাৰ দ্বিতীয়দিনা মণিপুৰত পুনৰ গুলীচালনাৰ ঘটনা সংঘটিত হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ManipurManipurcommunalconflictWomanshotdeadমণিপুৰমহিলাগুলীয়াইহত্যা
Share5Tweet3Send

Related Posts

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men
NORTHEAST

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

by News Desk
September 18, 2026
56
Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping
ALL NEWS

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

by News Desk
September 15, 2026
52
Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও
NORTHEAST

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

by News Desk
September 14, 2026
52
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪
NORTHEAST

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

by News Desk
September 12, 2026
56
Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ
NORTHEAST

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

by News Desk
September 11, 2026
52
Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ
ALL NEWS

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

by News Desk
September 10, 2026
52
ADVERTISEMENT
1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur
National-International

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur

September 23, 2026
50
Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং
DIPHU

Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

September 23, 2026
50
Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু
DIPHU

Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

September 23, 2026
50
Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ
Guwahati

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

September 23, 2026
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur

September 23, 2026
Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

September 23, 2026
Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

September 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d