ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Solar Power Plant I ৪ হেজাৰ কোটি টকীয়া সৌৰশক্তি প্ৰকল্পক লৈ অপপ্ৰচাৰ : কাৰবি স্বায়ত্তশাসিত পৰিষদ

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
June 30, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST
কাৰবি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত (Karbi Anglong’s Assam-Nagaland border) স্থাপিত হ’বলগীয়া চাৰি হেজাৰ কোটী টকীয়া সৌৰশক্তি প্ৰকল্পক (Solar Power Plant) কেন্দ্ৰ কৰি কাৰবি আংলং জিলাত এচাম লোকে ৰাজনৈতিক সুবিধাৰ বাবে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ (Allegations of propaganda) তুলি আজি কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদে (Karbi Anglong Autonomous Council) এখন সংবাদমেল (Press Meet) সম্বোধন কৰে৷

 সৌৰশক্তি প্ৰকল্প
৪ হেজাৰ কোটি টকীয়া সৌৰশক্তি প্ৰকল্পক লৈ অপপ্ৰচাৰ : কাৰবি স্বায়ত্তশাসিত পৰিষদ:

পৰিষদৰ ৰাজহ বিভাগৰ কাৰ্যবাহী সদস্য অমৰচিং তিচ’, কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰ, পৰিষদৰ সচিব আৰৱ বিধায়ক দৰচিং ৰংহাঙে সমমবোধন কৰা সংবাদ মেলত কয় যে,–অসম-নাগালেণ্ড সীমান্তত পৰিত্যক্ত ওঠৰ হেজাৰ বিঘা ভূমি পৰিষদে এপিডিচিএলক আৱণ্টন দিয়া বুলি জানিবলৈ দি একাংশ লোকে এই ভূমি কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পুত্ৰ আৰু পত্নীৰ ৰাজহ বিভাগৰ কাৰ্যবাহী সদস্য অমৰচিং তিচ’ পৰিষদৰ ৰাজহ বিভাগৰ সচিবৰ লগতে পৰিয়ালৰ নামত পট্টা থকা বুলি মিছা অপপ্ৰচাৰ চলাইছে ৷

RELATED POSTS

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক

কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ এই পৰিত্যক্ত ভূমি সমূহত কোনো লোকৰ পট্টা নাই বুলি দাবী কৰি সংবাদমেলত কয় যে, এই ভূমি সম্পূৰ্ণৰূপে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ৷ পৰিষদৰ দাঁতি কাষৰীয়া গাঁও সমুহৰ জন সাধাৰণৰ প্ৰতি লক্ষ ৰাখি ৰাজহ গাঁওসমূহ এই প্ৰকল্পৰ পৰা বাহিৰত ৰখা হৈছে৷ প্ৰকল্পৰ ফলত দাঁতি কাষৰীয়া গাঁওসমূহৰ কোনো ক্ষতি নহয় বুলি উল্লেখ কৰি ছোট লেংৰী, বৰ লেংৰী, লালমাটি, লাহৰিজান, কাৰাগাঁও অঞ্চলত সামৰি এই ওঠৰ হেজাৰ বিঘা ভূমি আৱণ্টন দিয়া হৈছে বুলি সংবাদমেলত প্ৰকাশ কৰে ৷ যদি প্ৰকল্পৰ অধীনত কোনো গাঁও অথবা ব্যক্তিৰ পট্টা মাটিৰ অন্তৰ্ভূক্ত হয় তেনেহলে পৰিষদে ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব বুলিও সংবাদমেলত জানিবলৈ দিয়ে৷

solarp1 | ASSAM TIMES POST

এই প্ৰকল্প দেশৰ ভিতৰত দ্বিতীয় সৰ্ব বৃহৎ সৌৰ প্ৰকল্প বুলি উল্লেখ কৰি ইয়াৰ ৮০ শতাংশ ধন কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰে ২০ শতাংশ ব্যয় কৰিব বুলি সদৰি কৰে৷ প্ৰকল্পৰ পৰা উৎপাদিত সৌৰ শক্তিৰ জৰিয়তে উপাৰ্জন কৰা ধনৰ ১০ শতাংশ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদে ৰাজহ হিচাপে লাভ কৰিব বুলি প্ৰকাশ কৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ক্ষেত্ৰত কাৰবি আংলং জিলাৰ লগতে স্থানীয় যুৱক-যুৱতীয়ে সংস্থাপন লাভ কৰিব বুলিও সংবাদমেলত ব্যক্ত কৰে৷

লগতে প্ৰকল্পসমথলীৰ সমীপৰ গাঁওসমূহে বিনামূলীয়াকৈ বিদ্যুত সেৱা লাভ কৰিব বুলিও প্ৰকাশ কৰে৷ এই প্ৰকল্পৰ জৰিয়তে আন্তৰাজ্যিক সীমান্ত সুৰক্ষিত হোৱাৰ লগতে অঞ্চলটোত দীৰ্ঘ দিনৰ পৰা চলি থকা ভূমি বেদখলৰ সমস্যা সমাধান হব বুলিও পৰিষদে দাবী কৰে ৷

Tags: KAACSolarPowerPlantসৌৰশক্তিপ্ৰকল্প
Share4Tweet3Send

Related Posts

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ
KARBI ANGLONG

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

by News Desk
April 21, 2026
50
খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক
KARBI ANGLONG

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

by Staff Reporter
April 18, 2026
50
Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক
KARBI ANGLONG

Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক

by News Desk
April 11, 2026
50
Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন
KARBI ANGLONG

Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন

by News Desk
April 3, 2026
50
Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ
KARBI ANGLONG

Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ

by News Desk
April 2, 2026
50
Drugs seized : কাৰ্বি আংলঙৰ পুৰণি লাহৰিজানত যাত্ৰীবাহী বাছৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ জব্দ, দুই মহিলা সৰবৰাহকাৰীক আটক
KARBI ANGLONG

Drugs seized : কাৰ্বি আংলঙৰ পুৰণি লাহৰিজানত যাত্ৰীবাহী বাছৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ জব্দ, দুই মহিলা সৰবৰাহকাৰীক আটক

by News Desk
April 1, 2026
50
ADVERTISEMENT
Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ
Guwahati

Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ

April 30, 2026
50
IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ
Sports News

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

April 30, 2026
50
Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ
National-International

Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ

April 30, 2026
50
Cyber crime : সাৱধান, অ’টিপি অবিহনেই হৰলুকি হ’ব পাৰে আপোনাৰ একাউণ্টৰ ধন
National-International

Cyber crime : সাৱধান, অ’টিপি অবিহনেই হৰলুকি হ’ব পাৰে আপোনাৰ একাউণ্টৰ ধন

April 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ

Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ

April 30, 2026
IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

April 30, 2026
Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ

Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ

April 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx