ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Fresh trouble for Arvind Kejriwal | কেজৰিৰ বাসগৃহত বিপুল খৰচ; অডিট ৰিপ’ৰ্ট তলব গৃহ মন্ত্ৰালয়ৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 28, 2023
Reading Time: 1 min read
A A
0
Fresh trouble for Arvind Kejriwal |  কেজৰিৰ বাসগৃহত বিপুল খৰচ; অডিট ৰিপ’ৰ্ট তলব গৃহ মন্ত্ৰালয়ৰ

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

‎বিশ্বব্যাপী ইন্ধনৰ ব্যয়ৰ ওপৰত বিমানৰ ভাড়া বৃদ্ধি I ভাৰতীয় হজ ২০২৬ তীৰ্থযাত্ৰীয়ে অতিৰিক্ত ১০,০০০ টকা পৰিশোধ কৰিব লাগিব 

‎বিবাহৰ শোভাযাত্ৰাত ডিজে বাকচৰ শব্দত ১৪০ টা কুকুৰাৰ মৃত্যু I আৰক্ষীৰ ওচৰত অভিযোগ দাখিল ‎

‎প্ৰবল বৰষুণত ভাঙি পৰিল চিকিৎসালয়ৰ দেৱাল I বেংগালুৰুত দুটি শিশুসহ মৃত্যু ৭, আহত ৭

নতুন বিতৰ্কত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল (Arvind Kejriwal)। দিল্লীৰ উপ-ৰাজ্যপাল ভি কে ছাক্সেনাই (V K Saxena) জনোৱা মতে, কেজৰিয়ে বিপুল ধন খৰচ কৰি নিজৰ চৰকাৰী বাসগৃহটো সংস্কাৰ কৰিছে। সেই অভিযোগৰ ভিত্তিত মঙলবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই ঘটনা সন্দৰ্ভত অডিট ৰিপোৰ্ট বিচাৰে।

Arvind Kejriwal
Fresh trouble for Arvind Kejriwal

কিছু মাহ পূৰ্বে বিজেপিয়ে আম আদমি পাৰ্টিৰ মুৰব্বী কেজৰীয়ে চৰকাৰী গৃহ নিৰ্মাণৰ বাবে বিপুল পৰিমাণৰ ধন ব্যয় কৰা বুলি অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ পিছতে দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰে অভিযোগ সন্দৰ্ভত তদন্তৰ প্ৰতিবেদন বিচাৰে। প্ৰতিবেদন অনুসৰি, ৫২.৭১ কোটি টকা ব্যয় কৰা হৈছে বাসগৃহৰ লগতে বাসগৃহ চৌহদত থকা অন্যান্য ঘৰসমূহৰ পুনৰ নিৰ্মাণৰ বাবে। দিল্লীৰ ৰাজহুৱা কাম-কাজ বিভাগৰ অনুমোদন সাপেক্ষে সকলো কাম কৰা হৈছে।

এই তদন্তৰ প্ৰতিবেদনক আহিলা হিচাপে ব্যৱহাৰ কৰি অমিত শ্বাহে মন্ত্ৰালয়লৈ লিখিছে যে দিল্লীৰ ৬, ফ্লেগ ষ্টাফ ৰোডত থকা মুখ্যমন্ত্ৰীৰ বাসগৃহ পুনৰ নিৰ্মাণৰ বাবে ৩৩ কোটি ৪৯ লাখ টকা ব্যয় কৰা হৈছে। আৰু মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ অধীনত বিষয়াসকলৰ ঘৰ নিৰ্মাণৰ বাবে ১৯ কোটি ২২ লাখ টকা ব্যয় কৰা হৈছে। প্ৰতিবেদনত আৰু দাবী কৰা হৈছে যে ১৯৪২-৪৩ চনৰ পৰাই সেই স্থানত এটা বাংলো আছিল।

QT Arvind Kejriwal 2 1024x683 01 | ASSAM TIMES POST

পিছত দিল্লীৰ মুখ্যমন্ত্ৰীক আবণ্টন দিয়া হয়। কিন্তু কেজৰীয়ে কয় যে বাংলোটো ‘বসবাসৰ অনুপযোগী’ হৈ পৰিছে। ইয়াৰ পিছত নিৰ্মাণ বিভাগে পুৰণি বাংলো ভাঙি নতুন বাসগৃহ নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়ায়। ২০২০ চনত পুৰণি অট্টালিকাৰ কাষতে নিৰ্মাণ হয় মুখ্যমন্ত্ৰীৰ নতুন বাসগৃহ।

Tags: Arvind Kejriwal
Share4Tweet3Send

Related Posts

Emergency Landing I ১৩৭ জন যাত্ৰীৰ সৈতে হায়দৰাবাদত জৰুৰী অৱতৰণ, বাৰাণসী অভিমুখী বিমানত যান্ত্ৰিক সমস্যা
National-International

‎বিশ্বব্যাপী ইন্ধনৰ ব্যয়ৰ ওপৰত বিমানৰ ভাড়া বৃদ্ধি I ভাৰতীয় হজ ২০২৬ তীৰ্থযাত্ৰীয়ে অতিৰিক্ত ১০,০০০ টকা পৰিশোধ কৰিব লাগিব 

by Staff Reporter
April 30, 2026
50
‎বিবাহৰ শোভাযাত্ৰাত ডিজে বাকচৰ শব্দত ১৪০ টা কুকুৰাৰ মৃত্যু I আৰক্ষীৰ ওচৰত অভিযোগ দাখিল ‎
National-International

‎বিবাহৰ শোভাযাত্ৰাত ডিজে বাকচৰ শব্দত ১৪০ টা কুকুৰাৰ মৃত্যু I আৰক্ষীৰ ওচৰত অভিযোগ দাখিল ‎

by Staff Reporter
April 30, 2026
50
‎প্ৰবল বৰষুণত ভাঙি পৰিল চিকিৎসালয়ৰ দেৱাল I বেংগালুৰুত দুটি শিশুসহ মৃত্যু ৭, আহত ৭
National-International

‎প্ৰবল বৰষুণত ভাঙি পৰিল চিকিৎসালয়ৰ দেৱাল I বেংগালুৰুত দুটি শিশুসহ মৃত্যু ৭, আহত ৭

by Staff Reporter
April 30, 2026
50
‎ট্ৰাম্পৰ সৈতে ৯০ মিনিট ধৰি ফোনত কথোপকথন পুটিনৰ I আমেৰিকাৰ ৰাষ্ট্ৰপতিক এক বিশেষ সতৰ্কবাণী জাৰি ‎

Delhi High Court : দিল্লী উচ্চ ন্যায়ালয়ত ভাৰ্চুৱেল শুনানিৰ সময়ত পৰ্ণগ্ৰাফী, হেক হোৱাৰ আশংকাত বিচাৰ বন্ধ

by News Desk
April 29, 2026
50
Petrol prices : ১ মে’ৰ পৰা বৃদ্ধি হ’ব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য, কি কয় কেন্দ্ৰীয় চৰকাৰে

ADVERTISEMENT
Emergency Landing I ১৩৭ জন যাত্ৰীৰ সৈতে হায়দৰাবাদত জৰুৰী অৱতৰণ, বাৰাণসী অভিমুখী বিমানত যান্ত্ৰিক সমস্যা
National-International

‎বিশ্বব্যাপী ইন্ধনৰ ব্যয়ৰ ওপৰত বিমানৰ ভাড়া বৃদ্ধি I ভাৰতীয় হজ ২০২৬ তীৰ্থযাত্ৰীয়ে অতিৰিক্ত ১০,০০০ টকা পৰিশোধ কৰিব লাগিব 

April 30, 2026
50
‎বিবাহৰ শোভাযাত্ৰাত ডিজে বাকচৰ শব্দত ১৪০ টা কুকুৰাৰ মৃত্যু I আৰক্ষীৰ ওচৰত অভিযোগ দাখিল ‎
National-International

‎বিবাহৰ শোভাযাত্ৰাত ডিজে বাকচৰ শব্দত ১৪০ টা কুকুৰাৰ মৃত্যু I আৰক্ষীৰ ওচৰত অভিযোগ দাখিল ‎

April 30, 2026
50
‎প্ৰবল বৰষুণত ভাঙি পৰিল চিকিৎসালয়ৰ দেৱাল I বেংগালুৰুত দুটি শিশুসহ মৃত্যু ৭, আহত ৭
National-International

‎প্ৰবল বৰষুণত ভাঙি পৰিল চিকিৎসালয়ৰ দেৱাল I বেংগালুৰুত দুটি শিশুসহ মৃত্যু ৭, আহত ৭

April 30, 2026
50
‎ট্ৰাম্পৰ সৈতে ৯০ মিনিট ধৰি ফোনত কথোপকথন পুটিনৰ I আমেৰিকাৰ ৰাষ্ট্ৰপতিক এক বিশেষ সতৰ্কবাণী জাৰি ‎
National-International

‎ট্ৰাম্পৰ সৈতে ৯০ মিনিট ধৰি ফোনত কথোপকথন পুটিনৰ I আমেৰিকাৰ ৰাষ্ট্ৰপতিক এক বিশেষ সতৰ্কবাণী জাৰি ‎

April 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Emergency Landing I ১৩৭ জন যাত্ৰীৰ সৈতে হায়দৰাবাদত জৰুৰী অৱতৰণ, বাৰাণসী অভিমুখী বিমানত যান্ত্ৰিক সমস্যা

‎বিশ্বব্যাপী ইন্ধনৰ ব্যয়ৰ ওপৰত বিমানৰ ভাড়া বৃদ্ধি I ভাৰতীয় হজ ২০২৬ তীৰ্থযাত্ৰীয়ে অতিৰিক্ত ১০,০০০ টকা পৰিশোধ কৰিব লাগিব 

April 30, 2026
‎বিবাহৰ শোভাযাত্ৰাত ডিজে বাকচৰ শব্দত ১৪০ টা কুকুৰাৰ মৃত্যু I আৰক্ষীৰ ওচৰত অভিযোগ দাখিল ‎

‎বিবাহৰ শোভাযাত্ৰাত ডিজে বাকচৰ শব্দত ১৪০ টা কুকুৰাৰ মৃত্যু I আৰক্ষীৰ ওচৰত অভিযোগ দাখিল ‎

April 30, 2026
‎প্ৰবল বৰষুণত ভাঙি পৰিল চিকিৎসালয়ৰ দেৱাল I বেংগালুৰুত দুটি শিশুসহ মৃত্যু ৭, আহত ৭

‎প্ৰবল বৰষুণত ভাঙি পৰিল চিকিৎসালয়ৰ দেৱাল I বেংগালুৰুত দুটি শিশুসহ মৃত্যু ৭, আহত ৭

April 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT