ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

মণিপুৰত মহিলা বাহিনীৰ হেঁচাত মুকলি ১২ জন কয়দী

নিউজ ডেস্কঃ

News Desk by News Desk
June 26, 2023
Reading Time: 1 min read
A A
0
মণিপুৰত মহিলা বাহিনীৰ হেঁচাত মুকলি ১২ জন কয়দী

RELATED POSTS

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

Nagaland Millet Festival 2026 : ২৬ আগষ্টত নাগালেণ্ডত দ্বিতীয় মিলেট মহোৎসৱ

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

অশান্ত মণিপুৰত (Disturbed Manipur) সেনাই বন্দী কৰা ১২ জন সশস্ত্ৰ বিদ্ৰোহীক (Captured armed rebels) মেইটেই জনগোষ্ঠীৰ মহিলাই (Meitei tribe Women) সেনাৰ হাতৰ পৰা মুকলি (released from the hands of the army) কৰি লৈ যায়।
শনিবাৰে মাজনিশা সেনাই তেওঁলোকক ‘মুক্তি’ দিয়া হৈছে বুলি ঘোষণা কৰে। যিসকলক মুকলি কৰি দিয়া হৈছে তেওঁলোকক সেনাই ‘উগ্ৰপন্থী’ বুলি অভিহিত কৰিছে।

Manipur | ASSAM TIMES POST

জানিব পৰা মতে, এই সশস্ত্ৰ ব্যক্তিসকল এটা বিচ্ছিন্নতাবাদী সংগঠনৰ সদস্য। যাৰ কেন্দ্ৰ হৈছে ম্যানমাৰ। মেইটেইৰ ইথাম গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হয় তেওঁলোকক। কিন্তু শনিবাৰে প্ৰায় ১৫০০ মহিলাই সেনা জোৱানক মুক্তিৰ দাবীত ঘেৰি ধৰে আৰু সামৰিক কৰ্তৃপক্ষই তেওঁলোকক মুকলি কৰি দিবলৈ বাধ্য হয়।

‘উগ্ৰপন্থী’ক মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা জনসমাগমৰ অধিকাংশই মহিলা বুলিও সেনাই প্ৰকাশ কৰে। মণিপুৰত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত টুইটাৰত নিয়মীয়াকৈ আপডেট দি অহা সেনাৰ ‘স্পিয়াৰ কোৰ’-এ প্ৰতিবাদকাৰীসকলক ‘আগ্ৰাসী গোট’ বুলি অভিহিত কৰিছে।

সেনাৰ এক বিবৃতিত কোৱা হৈছে যে প্ৰায় দিনটো প্ৰতিবাদকাৰীৰ সৈতে মুখামুখী সংঘৰ্ষৰ অন্তত তেওঁলোকে সিদ্ধান্ত লয় যে সাধাৰণ নাগৰিকৰ জীৱন বিপদত পেলোৱা উচিত নহয় আৰু বন্দী ‘উগ্ৰপন্থী’সকলক মুকলি কৰি দিয়া হʼব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ManipurVIOLANCEমণিপুৰহিংসা
Share4Tweet3Send

Related Posts

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister
NORTHEAST

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

by ASSAM TIMES POST
August 25, 2026
50
Nagaland Millet Festival 2026 : ২৬ আগষ্টত নাগালেণ্ডত দ্বিতীয় মিলেট মহোৎসৱ
NORTHEAST

Nagaland Millet Festival 2026 : ২৬ আগষ্টত নাগালেণ্ডত দ্বিতীয় মিলেট মহোৎসৱ

by News Desk
August 25, 2026
50
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
NORTHEAST

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

by News Desk
August 25, 2026
56
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row
NORTHEAST

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

by News Desk
August 24, 2026
51
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান
NORTHEAST

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

by News Desk
August 24, 2026
52
Meghalaya Violence: Fresh Arson, Petrol Bombs Damage Government Assets
NORTHEAST

Meghalaya Violence: Fresh Arson, Petrol Bombs Damage Government Assets

by ASSAM TIMES POST
August 21, 2026
59
ADVERTISEMENT
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
50
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
50
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister
NORTHEAST

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026
50
Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ
Political

Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ

August 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d