ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Farmer killed in lightning strike I সোণগুটি চপাবলৈ যোৱাই হ’ল কাল! শিৱসাগৰত বজ্ৰপাতত নিহত ২ কৃষক

নিউজ ডেস্কঃ

News Desk by News Desk
June 9, 2023
Reading Time: 1 min read
A A
0
Farmer killed in lightning strike I সোণগুটি চপাবলৈ যোৱাই হ’ল কাল! শিৱসাগৰত বজ্ৰপাতত নিহত ২ কৃষক

RELATED POSTS

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

Zubeen Garg : প্ৰথম মৃত্যু বাৰ্ষিকীত এক আৱেগিক পোষ্টৰে প্ৰাণৰ শিল্পীক স্মৰণ লাভলীনা বৰগোহাঁইৰ

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

শিৱসাগৰ (Sivsagar)ত সংঘটিত শোকাৱহ দুৰ্ঘটনা। সোণগুটি বুটলিবলৈ যোৱাৰ পৰত দিয়া বজ্ৰপাতৰ (Lightning) ফলত দুগৰাকী কৃষক থিতাতে নিহত (farmer killed in lightning strike) হোৱাৰ লগতে আন ৫ গৰাকী কৃষক গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত (5 farmers seriously injured) হয়। নিহত দুই কৃষক হৈছে শিৱসাগৰ চহৰখনৰ পৰা ১৫ কিলোমিটাৰ নিলগত থকা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত পান বেচা লৰাপোতা চেনীমাৰা মিচিং গাঁৱৰ অজয় য়েইন আৰু দিগন্ত মিলি।এই ঘটনাত আহত ব্যক্তি সকল হৈছে বিক্ৰম সিং য়েইন, ৰূমী মিলি ( ১৯), গণেশ মিলি (২২) ,পুতলা য়েইন আৰু উৰ্মিলা য়েইন।

স্থানীয় ৰাইজে আঘাতপ্ৰাপ্তসকলক ততাতৈয়াকৈ জৰুৰী সেৱাৰ সহায়ত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও ইয়াৰে এগৰাকীৰ অৱস্থা গুৰুত্বৰ বুলি জানিবলৈ দিয়ে চিকিৎসকে৷ প্ৰাপ্ত বাতৰি মতে, শিৱসাগৰ চহৰৰ পৰা বহু নিলগৰ চেনীমৰা লৰাপোতা মিচিং গাঁৱৰ ৰাইজৰ বাবে কৃষি হৈছে মূল জীৱিকা ৷ বছৰটোত দুটাকৈ খেতি কৰা ৰাইজে এইবাৰো তেনেদৰে খেতি কৰিছিল। বহুদিন ধৰি খৰাং হৈ আছিল কিন্তু শেহতীয়াকৈ ক’লা মেঘে আৱৰি পৰাৰ ফলত এটা সপ্তাহৰ পুৰ্বে ঘৰৰ সমীপতে থকা পথাৰত ধান দাই শুকাবলৈ মেলি থৈ অহা ধানৰ মুঠি সমূহ সংগ্ৰহ কৰিবৰ বাবে আজি পুৱা অজয় য়েইন, দিগন্ত মিলিকে ধৰি গাওঁখনৰ একাংশ পুৰুষ-মহিলা পথাৰলৈ গৈছিল ৷

বজ্ৰপাতত নিহত ২ কৃষক
শিৱসাগৰত বজ্ৰপাতত নিহত ২ কৃষক:

সেই সময়ছোৱাত উক্ত পথাৰত বজ্ৰপাত পৰাৰ লগে লগেই ধানৰ মুঠি সংগ্ৰহ কৰি থকা অজয় য়েইন আৰু দিগন্ত মিলি ঠিতাতে নিহত হোৱাৰ লগতে আন পাঁচ গৰাকী যুৱক – যুৱতী গুৰুত্বৰ ভাৱে আহত হয়। ইফালে ভয়ংকৰ প্ৰাকৃতিক দূৰ্যোগৰ খবৰ লাভ কৰি দুৰ্যোগ প্ৰশমণ বিভাগ, আৰক্ষী, দণ্ডাধীশ তথা শীঘ্ৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ঘটনাস্থলীত উপস্থিত হয়।

বিধায়ক গৰাকীয়ে লগে লগেই জিলা প্ৰশাসনক আহত সকলৰ উন্নত চিকিৎসাৰ ব্যৱস্থাৰ বাবে প্ৰশাসন- অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়াৰ লগতে চিকিৎসাৰ সকলো ব্যয় বহণ কৰাৰ আশ্বাস দিয়ে ৷নিহত দুয়োটা পৰিয়ালৰ বাস গৃহত দীৰ্ঘ সময় কটোৱা অখিল গগৈয়ে নিজা খৰচত নিহতৰ মৰণোত্তৰ পৰীক্ষা আৰু অন্ত্যোষ্টি ক্ৰিয়াৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰিও মৃতকৰ আত্মাৰ সদগতিৰ বাবে মিচিং সম্প্ৰদায়ে অনুষ্ঠিত কৰা ডবুৰ পূজাৰ বাবেও কিছু নগদ ধন দুয়োটা পৰিয়ালক আদায় দিয়ে ৷

বিধায়কগৰাকীয়ে আন বিভাগীয় মন্ত্ৰীগৰাকীকো দুয়োটা দুৰ্ভগীয়া পৰিয়ালক যথা সম্ভৱ ক্ষতিপুৰণ শীঘ্ৰে আদায় দিবলৈ আহব্বান জনায়।উল্লেখ্য যে, নিহত অজয় য়েইনে পত্নীসহ দুগৰাকী কন্যা আৰু এটা ল’ৰা এৰি থৈ যোৱাৰ বিপৰীতে দিগন্ত মিলিয়ে পত্নীৰ লগতে এটি তিনিমহীয়া নৱজাতক এৰি থৈ গৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: farmerskilledLightningSivsagarকৃষক নিহতবজ্ৰপাতশিৱসাগৰ
Share4Tweet3Send

Related Posts

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান
Assam

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

by News Desk
September 20, 2026
57
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas
Assam

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

by News Desk
September 19, 2026
51
Zubeen Garg : প্ৰথম মৃত্যু বাৰ্ষিকীত এক আৱেগিক পোষ্টৰে প্ৰাণৰ শিল্পীক স্মৰণ লাভলীনা বৰগোহাঁইৰ
Assam

Zubeen Garg : প্ৰথম মৃত্যু বাৰ্ষিকীত এক আৱেগিক পোষ্টৰে প্ৰাণৰ শিল্পীক স্মৰণ লাভলীনা বৰগোহাঁইৰ

by News Desk
September 19, 2026
52
Zubeen Garg : জুবিনবিহীন এটা বছৰ, ৰাজ্যজুৰি প্ৰাণৰ শিল্পীক স্মৰণ
Assam

Zubeen Garg : জুবিনবিহীন এটা বছৰ, ৰাজ্যজুৰি প্ৰাণৰ শিল্পীক স্মৰণ

by News Desk
September 19, 2026
55
শ্ৰীভূমিৰ মাইজগ্ৰামত চাঞ্চল্যকৰ হত্যাকাণ্ড : শোৱাপাটীত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ মহুৰি সুশান্ত ৰয় কৰৰ মৃতদেহ
Assam

শ্ৰীভূমিৰ মাইজগ্ৰামত চাঞ্চল্যকৰ হত্যাকাণ্ড : শোৱাপাটীত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ মহুৰি সুশান্ত ৰয় কৰৰ মৃতদেহ

by News Desk
September 19, 2026
56
যোৰহাট মেডিকেল কলেজ হাস্পতালত উত্তেজনা
Assam

যোৰহাট মেডিকেল কলেজ হাস্পতালত উত্তেজনা

by News Desk
September 19, 2026
53
ADVERTISEMENT
বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান
Assam

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
57
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত
National-International

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
52
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas
Assam

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

September 19, 2026
51
US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত
National-International

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

September 19, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

September 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d