ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Arvind Kejriwal I তেওঁৰ এটা সপোন আছিল! মঞ্চত হঠাতে কান্দোনত ভাঙি পৰিল কেজৰিৱাল

নিউজ ডেস্কঃ

News Desk by News Desk
June 7, 2023
Reading Time: 1 min read
A A
0
Arvind Kejriwal I তেওঁৰ এটা সপোন আছিল! মঞ্চত হঠাতে কান্দোনত ভাঙি পৰিল কেজৰিৱাল

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Digital arrest I ডিজিটেল গ্ৰেপ্তাৰ ৰোধৰ বাবে কেন্দ্ৰৰ জৰুৰী পদক্ষেপ

PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?

‎কেৱল ৪০ শতাংশ নৱাগতই ৫ লাখ টকাৰ পেকেজ প্ৰাপ্ত কৰিছে, নিম্ন চিটিচিত ৯০ শতাংশ কাম কৰিবলৈ সাজু ‎

দিল্লীৰ মুখ্যমন্ত্ৰী (Chief Minister of Delhi) তথা আপৰ শীৰ্ষ নেতা অৰবিন্দ কেজৰিৱালে (Arvind Kejriwal) মঞ্চত চকুপানী (Tears on stage) ধৰি ৰাখিব নোৱাৰিলে। দিল্লী মহানগৰীত এখন নতুন বিদ্যালয় উদ্বোধন কৰিবলৈ গৈছিল। আৰু তাতেই জে’লত থকা চিছোদিয়াক মনত পেলাই কেজৰিৰ চকুত চকুলোৰে ভৰি পৰে।

দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰত যোৱা কেইমাহমানৰ পৰা কাৰাগাৰত বন্দী হৈ আছে মনীষ চিছোদিয়া (Prisoner Manish Sisodia)। চিছোদিয়াই বাৰে বাৰে নিজকে নিৰ্দোষী বুলি দাবী কৰি আহিছে। আজি তেওঁৰ কথা ভাবি কেজৰিৱালে চকুলো টুকিছে।আজি নতুন বিদ্যালয়খন উদ্বোধন কৰাৰ সময়ত তেওঁ কয়, “আজি মনীষজীক বহুত মিছ কৰিছো। তেওঁ এই কাম আৰম্ভ কৰিছিল। তেওঁৰ সপোন আছিল যে প্ৰতিটো শিশুৱে উত্তম শিক্ষা লাভ কৰক। স্কুল নিৰ্মাণ কৰা আৰু লʼৰা-ছোৱালীয়ে উপযুক্ত শিক্ষা লাভ কৰাটো বিচৰাৰ বাবেই তেওঁক জে’ললৈ পঠিওৱা হৈছে।” গেৰুৱা শিবিৰৰ নাম নোলোৱাকৈয়ে তেওঁ কয় যে ‘দিল্লীত শিক্ষা বিপ্লৱৰ অন্ত পৰাটো নিশ্চিত কৰিব বিচাৰিছে।

 কেজৰিৱাল
মঞ্চত হঠাতে কান্দোনত ভাঙি পৰিল কেজৰিৱাল:

কিন্তু আমি তেনেকুৱা হʼবলৈ নিদিওঁ। একে সময়তে তেওঁ গধুৰ মাতেৰে কয়, “মিছা গোচৰ ৰুজু কৰা হৈছে, ভুৱা অভিযোগ উত্থাপন কৰা হৈছে। এজন ভাল মানুহক কাৰাগাৰত ভৰাই থোৱা হৈছে। দেশত মুক্তভাৱে ঘূৰি ফুৰিছে বহুতো ডকাইত। মনীষ চিছোদিয়াই ভাল শিক্ষা আৰু ভাল বিদ্যালয় সৃষ্টি কৰিব নিবিচাৰিলে জে’ললৈ পঠিওৱা নহʼলহেঁতেন৷” আজিৰ দিনটোতে কেজৰিৱালে পুনৰ কয়, “আমি তেওঁৰ সপোন পূৰণ কৰিব লাগিব। তেওঁৰ কাম যাতে বন্ধ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। মোৰ বিশ্বাস অতি সোনকালে তেওঁক মুকলি কৰি দিয়া হʼব।

সত্য কেতিয়াও পৰাজিত হ’ব নোৱাৰে। সত্যৰ পথ অনুসৰণ কৰাসকলক ঈশ্বৰে সহায় কৰে।” একে সময়তে মনীষ চিছোদিয়াই কয়, “মুক্তি নোপোৱালৈকে শিক্ষা খণ্ডই দুগুণ কঠোৰ পৰিশ্ৰম কৰিব লাগিব, আৰু শিশুসকলৰ বাবে উত্তম শিক্ষা নিশ্চিত কৰিব লাগিব।”

Tags: Arvind Kejriwalঅৰবিন্দ কেজৰিৱালমনীষ চিছোদিয়া
Share4Tweet3Send

Related Posts

Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

Digital arrest I ডিজিটেল গ্ৰেপ্তাৰ ৰোধৰ বাবে কেন্দ্ৰৰ জৰুৰী পদক্ষেপ

by Staff Reporter
April 28, 2026
50
PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?
National-International

PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?

by Staff Reporter
April 28, 2026
50
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 
National-International

‎কেৱল ৪০ শতাংশ নৱাগতই ৫ লাখ টকাৰ পেকেজ প্ৰাপ্ত কৰিছে, নিম্ন চিটিচিত ৯০ শতাংশ কাম কৰিবলৈ সাজু ‎

by Staff Reporter
April 28, 2026
50
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability
National-International

Live-in relation I লিভ-ইনৰ সম্পৰ্ক ভাঙিলে অপৰাধ নহয়, উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ

by Staff Reporter
April 28, 2026
50
WB Elections 2026 I নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগত উত্তৰ প্ৰদেশৰ ‘সিংহম’ৰ গৰ্জন
National-International

WB Elections 2026 I নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগত উত্তৰ প্ৰদেশৰ ‘সিংহম’ৰ গৰ্জন

by Staff Reporter
April 28, 2026
50
Lok sabha election 2024 2nd phase : সামৰণি পৰিল দ্বিতীয় পৰ্যায়ৰ নির্বাচনী প্ৰচাৰ, ৫ সমষ্টিত ৬১ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব শুকুৰবাৰে
National-International

‎বুধবাৰে পশ্চিম বংগৰ সাতখন জিলাৰ ১৪২টা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ I ১,৫০০ বিশৃংখলকাৰীক গ্ৰেপ্তাৰ

by Staff Reporter
April 28, 2026
50
ADVERTISEMENT
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

Digital arrest I ডিজিটেল গ্ৰেপ্তাৰ ৰোধৰ বাবে কেন্দ্ৰৰ জৰুৰী পদক্ষেপ

April 28, 2026
50
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

April 28, 2026
50
PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?
National-International

PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?

April 28, 2026
50
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 
National-International

‎কেৱল ৪০ শতাংশ নৱাগতই ৫ লাখ টকাৰ পেকেজ প্ৰাপ্ত কৰিছে, নিম্ন চিটিচিত ৯০ শতাংশ কাম কৰিবলৈ সাজু ‎

April 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ

Digital arrest I ডিজিটেল গ্ৰেপ্তাৰ ৰোধৰ বাবে কেন্দ্ৰৰ জৰুৰী পদক্ষেপ

April 28, 2026
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

April 28, 2026
PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?

PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?

April 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx