ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Karmandal Express accident I ওড়িশা ৰে’ল দুৰ্ঘটনা; ইচ্ছাকৃতভাৱে কৰমণ্ডলৰ চিগনেল সেউজীয়া কৰাৰ অভিযোগ

নিউজ ডেস্কঃ

News Desk by News Desk
June 6, 2023
Reading Time: 1 min read
A A
0
Karmandal Express accident I ওড়িশা ৰে’ল দুৰ্ঘটনা; ইচ্ছাকৃতভাৱে কৰমণ্ডলৰ চিগনেল সেউজীয়া কৰাৰ অভিযোগ

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?

‎কেৱল ৪০ শতাংশ নৱাগতই ৫ লাখ টকাৰ পেকেজ প্ৰাপ্ত কৰিছে, নিম্ন চিটিচিত ৯০ শতাংশ কাম কৰিবলৈ সাজু ‎

Live-in relation I লিভ-ইনৰ সম্পৰ্ক ভাঙিলে অপৰাধ নহয়, উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ

খোৰদাৰ সংমণ্ডলীয় ৰে’লৱে প্ৰবন্ধকে কৰমণ্ডল এক্সপ্ৰেছ দুৰ্ঘটনাটোত (Karmandal Express accident) এক সন্দেহ প্ৰকাশ কৰে। তেওঁৰ মতে, বাহিৰৰ পৰা একো নকৰিলে চিগনেল চিষ্টেমত কোনো দোষ থাকিব নোৱাৰে (cannot be any fault in the signal system)। তেওঁ ভাবে যে শুকুৰবাৰে নিশা কোনোবা নহয় কোনোবাই কৰমণ্ডল এক্সপ্ৰেছৰ চিগনেল গোলমাল কৰিছে।

ওড়িশা টিভিৰ প্ৰতিবেদন অনুসৰি ডিআৰএম ৰিংকেশ ৰায়ে কয়, “মেইন লাইনত চিগনেল সেউজীয়া আছিল। ফ্ৰন্ট লাইন ১০০ শতাংশ খালী নহʼলে চিগনেলটো কাৰিকৰীভাৱে সেউজীয়া হʼব নোৱাৰে। আনকি এটা সৰু ভুলৰ বাবেও সংকেতটো ৰঙা হৈ পৰে। যদিহে কোনোবাই নিজাববীয়াকৈ সকলো কথা জানি সেউজীয়া কৰি নিদিয়ে। এই ক্ষেত্ৰত কোনোবাই ইচ্ছাকৃতভাৱে সংকেত নিদিলে ই সেউজীয়া হ’ব নোৱাৰে।”

ওড়িশা ৰে'ল দুৰ্ঘটনা
ওড়িশা ৰে’ল দুৰ্ঘটনা; ইচ্ছাকৃতভাৱে কৰমণ্ডলৰ চিগনেল সেউজীয়া কৰাৰ অভিযোগ

কৰমণ্ডল এক্সপ্ৰেছত সংঘটিত দুৰ্ঘটনা সন্দৰ্ভত শনিবাৰে বালাশ্বৰ ৰে’লৱে থানাত এফআইআৰ দাখিল কৰা হৈছে। লিখিত অভিযোগৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আৰু ৰে’লৱে আইনৰ মুঠ ৭টা ধাৰাত গোচৰ ৰুজু কৰা হৈছে। অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে দাখিল কৰা হৈছে এই এফআইআৰ।

কটক জি আৰ পিৰ অন্তৰ্গত বালাশ্বৰ থানাত শনিবাৰে দিনৰ প্ৰায় ১ বজাত কৰমণ্ডল দুৰ্ঘটনাৰ সৈতে জড়িত এফআইআৰ দাখিল কৰা হয়। থানাখনৰ উপ-পৰিদৰ্শক পাপু কুমাৰ নাইকৰ অভিযোগৰ ভিত্তিত ৰেʼল আৰক্ষীয়ে এফআইআৰ লাভ কৰে। ভাৰতীয় দণ্ডবিধিৰ ৩৩৭, ৩৩৮, ৩০৪এ (জামিনবিহীন ধাৰা) আৰু ৩৪ নং ধাৰাত গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ উপৰি ৰে’লৱে আইনৰ (১৯৮৯) ১৫৩, ১৫৪ আৰু ১৭৫ নং ধাৰাত গোচৰ ৰুজু কৰা হৈছে। এই ধাৰাসমূহে গাফিলতিৰ ফলত হোৱা মৃত্যু, সাধাৰণ মানুহৰ জীৱন বিপন্ন কৰা আদি অভিযোগ সামৰি লৈছে।

কৰমণ্ডল এক্সপ্ৰেছ দুৰ্ঘটনাটোৰ প্ৰাৰম্ভিক তদন্তৰ অন্তত ৰেʼলৱেই চিগনেলৰ ভুল হোৱা বুলি জানিবলৈ দিয়ে। কিন্তু পিছত ৰেʼল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বেলেগ ইংগিত দিয়ে। তেওঁ কয় যে এই দুৰ্ঘটনাৰ আঁৰত হয়তো মানুহৰ হাত আছে। ৰেʼলৱেই কেন্দ্ৰীয় চৰকাৰক চিবিআইৰ তদন্তৰ পৰামৰ্শও আগবঢ়ায়।

Tags: Karmandal Express accidentTrain accidentকৰমণ্ডল এক্সপ্ৰেছ দুৰ্ঘটনাৰে'ল দুৰ্ঘটনা
Share4Tweet3Send

Related Posts

PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?
National-International

PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?

by Staff Reporter
April 28, 2026
50
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 
National-International

‎কেৱল ৪০ শতাংশ নৱাগতই ৫ লাখ টকাৰ পেকেজ প্ৰাপ্ত কৰিছে, নিম্ন চিটিচিত ৯০ শতাংশ কাম কৰিবলৈ সাজু ‎

by Staff Reporter
April 28, 2026
50
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability
National-International

Live-in relation I লিভ-ইনৰ সম্পৰ্ক ভাঙিলে অপৰাধ নহয়, উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ

by Staff Reporter
April 28, 2026
50
WB Elections 2026 I নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগত উত্তৰ প্ৰদেশৰ ‘সিংহম’ৰ গৰ্জন
National-International

WB Elections 2026 I নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগত উত্তৰ প্ৰদেশৰ ‘সিংহম’ৰ গৰ্জন

by Staff Reporter
April 28, 2026
50
Lok sabha election 2024 2nd phase : সামৰণি পৰিল দ্বিতীয় পৰ্যায়ৰ নির্বাচনী প্ৰচাৰ, ৫ সমষ্টিত ৬১ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব শুকুৰবাৰে
National-International

‎বুধবাৰে পশ্চিম বংগৰ সাতখন জিলাৰ ১৪২টা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ I ১,৫০০ বিশৃংখলকাৰীক গ্ৰেপ্তাৰ

by Staff Reporter
April 28, 2026
50
‎জলবায়ু পৰিৱৰ্তনৰ ফলত ২০৮৫ চনৰ ভিতৰত এক তৃতীয়াংশ জীৱ-জন্তুৰ বাসস্থানত অত্যাধিক তাপপ্ৰৱাহ আৰু বনজুই লাগিব: অধ্যয়ন
National-International

‎জলবায়ু পৰিৱৰ্তনৰ ফলত ২০৮৫ চনৰ ভিতৰত এক তৃতীয়াংশ জীৱ-জন্তুৰ বাসস্থানত অত্যাধিক তাপপ্ৰৱাহ আৰু বনজুই লাগিব: অধ্যয়ন

by Staff Reporter
April 28, 2026
50
ADVERTISEMENT
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

April 28, 2026
50
PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?
National-International

PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?

April 28, 2026
50
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 
National-International

‎কেৱল ৪০ শতাংশ নৱাগতই ৫ লাখ টকাৰ পেকেজ প্ৰাপ্ত কৰিছে, নিম্ন চিটিচিত ৯০ শতাংশ কাম কৰিবলৈ সাজু ‎

April 28, 2026
50
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability
National-International

Live-in relation I লিভ-ইনৰ সম্পৰ্ক ভাঙিলে অপৰাধ নহয়, উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ

April 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

April 28, 2026
PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?

PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?

April 28, 2026
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 

‎কেৱল ৪০ শতাংশ নৱাগতই ৫ লাখ টকাৰ পেকেজ প্ৰাপ্ত কৰিছে, নিম্ন চিটিচিত ৯০ শতাংশ কাম কৰিবলৈ সাজু ‎

April 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx