ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Sulochana Latkar no more I অমিতাভ-দিলীপ কুমাৰৰ পৰ্দাৰ মাতৃ, পদ্মশ্ৰী বঁটা বিজয়ী অভিনেত্ৰী সুলোচনা লটকাৰ প্ৰয়াত

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 5, 2023
Reading Time: 1 min read
A A
0
Sulochana Latkar no more I অমিতাভ-দিলীপ কুমাৰৰ পৰ্দাৰ মাতৃ, পদ্মশ্ৰী বঁটা বিজয়ী অভিনেত্ৰী সুলোচনা লটকাৰ প্ৰয়াত

RELATED POSTS

CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ

IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ

India Russia relations : ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ৫১ ভাৰতীয়ৰ মৃত্যু, মোদী-পুটিনৰ বৈঠকৰ পিছত তথ্য প্ৰকাশ

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

২৫০ খনতকৈও অধিক হিন্দী ছবিত অভিনয়। দিলীপ কুমাৰ, অমিতাভ বচ্চন, দেৱ আনন্দৰ মাতৃ হিচাপে বহুবাৰ পৰ্দাত দেখা পোৱা গৈছে। হিন্দী চিনেমাৰ জগতত বহু সময় কটোৱা অভিনেত্ৰী সুলোচনা লটকাৰে  (Sulochana Latkar) ৯৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। দেওবাৰে মুম্বাইৰ দাদৰ অঞ্চলৰ এখন চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে, বাৰ্ধক্যৰ বাবেই প্ৰবীণ অভিনেত্ৰীগৰাকীৰ মৃত্যু হয়।

Sulochana Latkar
Veteran Actress Sulochana Latkar no more:

১৯২৮ চনত জন্মগ্ৰহণ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। অতি কম বয়সৰ পৰাই অভিনয় জগতত প্ৰৱেশ কৰিছিল। এনেদৰেই আৰম্ভ হৈছিল মাৰাঠী চিনেমাৰ নায়িকাগৰাকীৰ প্ৰাথমিক জীৱনৰ পৰা। প্ৰায় ৫০ খন মাৰাঠী ছবিত কাম কৰিছিল। ইয়াৰ পিছত তেওঁ হিন্দী চিনেমাৰ জগতত প্ৰৱেশ কৰে। দীৰ্ঘদিন ধৰি দৰ্শকে তেওঁক অমিতাভ বচ্চন, ৰাজেশ খান্না, দেৱ আনন্দ, দিলীপ কুমাৰৰ দৰে তাৰকাৰ পৰ্দাৰ মাতৃ হিচাপে চিনি পাইছিল।

এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ সুনীল দত্ত, দেৱ আনন্দ আৰু ৰাজেশ খান্নাৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰি ভালপাইছিল। দেৱ আনন্দৰ সৈতে ‘জব প্যাৰ কিছি সে হোতা হে’, ‘পিয়াৰ মহব্বত’, ‘জনী মেৰা নাম’ আদি ছবিত কাম কৰিছিল।

IMG 20230605 125951 | ASSAM TIMES POSTৰাজেশ খান্নাৰ সৈতে ‘দিল দৌলত দুনিয়া’, ‘বহাৰো কে চপনে’, ‘কতি পটংগ’, ‘মেৰে জীৱন চাথী’ আদি ছবিত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ মৃতদেহ শেষ দৰ্শনৰ বাবে তেওঁৰ ঘৰ প্ৰভাদেৱী আৱাসত ৰখা হৈছে। সোমবাৰে সন্ধিয়া ৫ বজাৰ ভিতৰত শিৱাজী পাৰ্ক শ্মশানত তেওঁৰ অন্তিম অনুষ্ঠান সম্পন্ন কৰা হʼব।

১৯৯৯ চনত তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়। সুলোচনাই মহাৰাষ্ট্ৰ ভূষণ বঁটাও লাভ কৰে। স্বাভাৱিকতে তেওঁৰ মৃত্যুৱে হিন্দী চিনেমাৰ জগতখনৰ ওপৰত শোকৰ ছাঁ পেলাইছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Sulochana Latkarঅমিতাভ-দিলীপ কুমাৰৰ পৰ্দাৰ মাতৃপদ্মশ্ৰী বঁটা বিজয়ী অভিনেত্ৰীসুলোচনা লটকাৰ প্ৰয়াত
Share4Tweet3Send

Related Posts

CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ
National-International

by News Desk
September 1, 2026
50
IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ
National-International

IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ

by News Desk
September 1, 2026
50
India Russia relations : ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ৫১ ভাৰতীয়ৰ মৃত্যু, মোদী-পুটিনৰ বৈঠকৰ পিছত তথ্য প্ৰকাশ
National-International

India Russia relations : ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ৫১ ভাৰতীয়ৰ মৃত্যু, মোদী-পুটিনৰ বৈঠকৰ পিছত তথ্য প্ৰকাশ

by News Desk
September 1, 2026
51
Mohan Bhagawat : ভাৰত মহাশক্তিধৰ নহয়, বিশ্বৰ সেৱা কৰি আজি বিশ্ব গুৰু, কানাডাত আৰএছএছৰ মুৰব্বী মোহন ভাগৱত

52
Hottest August : ১৯০১ চনৰ পিছত প্ৰথমবাৰ সৰ্বাধিক উষ্ণ আগষ্ট মাহ, ছেপ্টেম্বৰত স্বাভাৱিকতকৈ কম বৰষুণৰ পূৰ্বাভাস

Anna Hazare : গুৰুতৰভাৱে অসুস্থ আন্না হাজাৰে, মুম্বাই চিকিৎসালয়ত ভৰ্তি ৮৯ বছৰীয়া সমাজকৰ্মী

ADVERTISEMENT
Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত
KARBI ANGLONG

Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত

September 1, 2026
50
CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ
National-International

CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ

September 1, 2026
50
IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ
National-International

IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ

September 1, 2026
50
India Russia relations : ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ৫১ ভাৰতীয়ৰ মৃত্যু, মোদী-পুটিনৰ বৈঠকৰ পিছত তথ্য প্ৰকাশ
National-International

India Russia relations : ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ৫১ ভাৰতীয়ৰ মৃত্যু, মোদী-পুটিনৰ বৈঠকৰ পিছত তথ্য প্ৰকাশ

September 1, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত

Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত

September 1, 2026
CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ

CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ

September 1, 2026
IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ

IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ

September 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d