ৰে'লপথত থানবান হৈ গʼল বহুতৰে সপোন। কাৰোবাৰ নতুন চাকৰি, কাৰোবাৰ আৰোগ্য। একেৰাহে তিনিখন ৰেʼলৰ সংঘৰ্ষৰ ফলত মাজপথতেই থমকি ৰʼল সেই কাহিনী। এটাৰ পিছত এটাকৈ পৰি থকা নিথৰদেহ উদ্ধাৰ কৰা হৈছে। নিশাৰ আন্ধাৰত ভঙা কোঠা এটাৰ মজিয়াত পৰি কোনোবাই যন্ত্ৰনাত হুমুনিয়াহ কাঢ়িছে।

শুকুৰবাৰে সন্ধিয়া কৰমণ্ডল এক্সপ্ৰেছৰ দুৰ্ঘটনাটোৱে(Coromandel Express Accident) সাধাৰণ ৰাইজৰ হৃদয়ত তীব্ৰ আঘাত কৰিছে। এনিশাৰ ভিতৰতে মৃত্যুপুৰীত পৰিণত হʼল বালাশ্বৰ। অৱশ্যে বিগত যুগত ভাৰত কেইবাটাও ভয়ানক ৰে'ল দুৰ্ঘটনাৰ সাক্ষী হৈ আহিছে।  সেই তথ্য -
[caption id="attachment_102069" align="alignnone" width="800"] এটা যুগৰ ভাৰতৰ আটাইতকৈ ভয়াৱহ ৰে'ল দুৰ্ঘটনা:[/caption]
২০১২ - ২২ মে': অন্ধ্ৰপ্ৰদেশৰ সমীপত হুবলি-বেংগালুৰু হাম্পি এক্সপ্ৰেছ দুৰ্ঘটনা। চাৰিটা ডবা ৰে'লপথৰ পৰা ওলাই যোৱাৰ লগতে এটা ডবাত অগ্নিকাণ্ডৰ ফলত ২৫জন লোকৰ মৃত্যু হয়। আহত হয় ৪৩জন লোক।

২০১৪ - ২৬ মে': উত্তৰ প্ৰদেশৰ সন্ত কবীৰ নগৰ অঞ্চলত গোৰখধাম এক্সপ্ৰেছ আৰু মালবাহী ৰেʼলৰ সংঘৰ্ষ। প্ৰাণ হেৰুৱালে ২৫ জন যাত্ৰীয়ে। আহত লোকৰ সংখ্যা হʼল ৫০ জন।

২০১৫ - ২০ মাৰ্চ: ডেৰাডুন-বাৰানসী জনতা এক্সপ্ৰেছৰ ইঞ্জিন আৰু দুটা ডবা ৰে'লপথৰ পৰা বাগৰি পৰে। প্ৰাণ হেৰুৱালে ৩০ জন যাত্ৰীয়ে। আহত ১৫০ জন লোক।

২০১৬ - ২০ নৱেম্বৰ: ১৯৩২১ ইন্দোৰ-পাটনা এক্সপ্ৰেছ কানপুৰত লাইনচ্যুত হয়। ভয়ংকৰ দুৰ্ঘটনাত ১৫০ জন লোকৰ মৃত্যু। আহত ১৫০ জন লোক।

২০১৭ - ২১ জানুৱাৰী: জগদালপুৰ-ভুৱনেশ্বৰ হীৰাখণ্ড এক্সপ্ৰেছ লাইনচ্যুত হয় অন্ধ্ৰপ্ৰদেশত। এই দুৰ্ঘটনাত ৪১ জন লোকৰ মৃত্যু হয়। আহত হয় ৬৮জন লোক।

১৮ আগষ্ট:মুজাফ্ফৰনগৰত পুৰী-হৰিদ্বাৰ উটকাল এক্সপ্ৰেছ দুৰ্ঘটনাত নিহত ২৩ জন। আহত হয় ৫০ জন লোক।

২৩ আগষ্ট: উত্তৰ প্ৰদেশত দিল্লী অভিমুখী কাইফিয়াত এক্সপ্ৰেছৰ ৯ টা ডবা লাইনচ্যুত হয়। দুৰ্ঘটনাত আহত হয় ৭০জন লোক।

২০২২ - ১৩ জানুৱাৰী: পশ্চিমবংগৰ আলিপুৰদুৱাৰৰ সমীপত বিকানেৰ-গুৱাহাটী এক্সপ্ৰেছৰ কমেও ১২টা ডবা ৰে'লপথৰ পৰা ওলাই যায়। ৯ জন লোকে প্ৰাণ হেৰুৱায়। আহতৰ সংখ্যা আছিল ৩৬ জন।

২০২৩ - ২ জুন: বেংগালুৰু-হাওৰা, মালবাহী ট্ৰেইন আৰু কৰমণ্ডল এক্সপ্ৰেছৰ সংঘৰ্ষ বালাশ্বৰত। দুৰ্ঘটনাটোৰ ১৫ ঘণ্টাৰ পাছত মৃত্যু হোৱা লোকৰ সংখ্যা ২৮৮ জন। আহত হাজাৰৰো অধিক লোক। ক্ৰমাৎ বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা। অৰ্থাৎ ভাৰতৰ ভিতৰত এয়া এটা যুগৰ আটাইতকৈ ভয়াৱহ ৰে'ল দুৰ্ঘটনা।