পথ দুৰ্ঘটনা (Road accident)ত ক্ষতিগ্ৰস্ত টিম ‘পুষ্পা ২’ ( Team ‘Pushpa 2’)। খবৰ অনুযায়ী, ছবিখনৰ শ্বুটিং কৰি উভতি আহিছিল দলটো। তেলেংগানাৰ নাৰ্কেটপল্লীৰ (Narketpally of Telangana) সমীপত বিপৰীত দিশৰ পৰা অহা এখন বাছৰ সৈতে মুখামুখী সংঘৰ্ষ (face-to-face collision with the bus) হয়।
ফলত দলটোৰ বহু লোক গুৰুতৰভাৱে আহত (Many people were seriously injured.) হয়। তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। কম গুৰুতৰ আঘাতপ্ৰাপ্তসকলক প্ৰাথমিক চিকিৎসাৰ অন্তত যাবলৈ কৰি দিয়া হয়। অৱশ্যে আল্লু অৰ্জুন এই টিমত নাছিল।