ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Ukraine War | ইউক্ৰেইনৰ চিকিৎসালয়ত ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ, দুজনৰ মৃত্যু

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 27, 2023
Reading Time: 1 min read
A A
0
Ukraine War |  ইউক্ৰেইনৰ চিকিৎসালয়ত ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ, দুজনৰ মৃত্যু

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

ইউক্ৰেইনৰ (Ukraine) ডিনপ্ৰো (Dnipro) অঞ্চলৰ এখন চিকিৎসালয়ত ৰাছিয়াই ক্ষেপণাস্ত্ৰ আক্ৰমণ চলায়। এই ঘটনাত কমেও দুজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আহত হৈছে কমেও ২১জন লোক। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভোলোডিমিৰ জেলেনস্কিয়ে (Volodymyr Zelensky) এই আক্ৰমণৰ কথা নিশ্চিত কৰিছে। দুৰ্যোগ সঁহাৰি বাহিনীয়ে চিকিৎসালয়খনত উদ্ধাৰ অভিযান চলাই আছে। খবৰ অনুসৰি, আহতসকলৰ ভিতৰত দুটা শিশুও আছে। আহতসকল চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইয়াৰে তিনিজনৰ অৱস্থা সংকটজনক।

Ukraine war
Russia destroys hospital in latest missile attack

প্ৰদেশখনৰ ৰাজ্যপাল চেৰহি লিছাকে কয় যে প্ৰথমে ৰকেট আৰু ড্ৰোন ব্যৱহাৰ কৰি চহৰখনত আক্ৰমণ কৰা হৈছিল। ৰাছিয়াই ৰাজধানী কিয়েভতো আক্ৰমণ কৰে। তাত ঘৰ, শ্বপিং মল আৰু কেইবাখনো গাড়ীৰ ক্ষতিসাধন হয়। ৰাষ্ট্ৰপতি জেলেনস্কিয়ে এটা ভিডিঅ’ পোষ্ট কৰে। তাত দেখা গৈছে চিকিৎসালয়ৰ ভৱনৰ পৰা ধোঁৱা ওলাই আছে। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয়।

Tags: ukraine
Share4Tweet3Send

Related Posts

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা
National-International

by News Desk
July 25, 2026
50
Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
National-International

Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

by Staff Reporter
July 25, 2026
50
PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ
National-International

PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

by Staff Reporter
July 25, 2026
50
Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে

Delhi protest I যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীত দুষ্কৃতিকাৰীক ধৰিবলৈ ‘মুখ চিনাক্তকৰণ’ ব্যৱস্থা, ২৫০০ আৰক্ষীক আক্ৰমণকাৰী চিনাক্ত

Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু
National-International

Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু

by News Desk
July 24, 2026
50
ADVERTISEMENT
DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা
National-International

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

July 25, 2026
50
Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
National-International

Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026
50
PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ
National-International

PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

July 25, 2026
50
Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে
National-International

Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে

July 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

July 25, 2026
Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026
PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

July 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT