ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

ধৰ্ষণ কৰি হত্যাৰ সন্দেহ! ভাতৃৰ অভিযোগত কবৰ খান্দি উলিয়ালে ভগ্নীৰ মৃতদেহ

নিউজ ডেস্কঃ

News Desk by News Desk
May 26, 2023
Reading Time: 1 min read
A A
0
ধৰ্ষণ কৰি হত্যাৰ সন্দেহ! ভাতৃৰ অভিযোগত কবৰ খান্দি উলিয়ালে ভগ্নীৰ মৃতদেহ

RELATED POSTS

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

কৰ্মসূত্ৰে বহি:ৰাজ্যত থকাৰ বাবে নাবালিকা ভগ্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিব নোৱাৰিলে। ঘৰলৈ উভতি অহাৰ পিছত তেওঁ জানিব পাৰে যে ভনীয়েকৰ শৰীৰত একাধিক কামোৰৰ চিন আছিল। তেওঁৰ ভগ্নী ধৰ্ষণৰ বলি হোৱাৰ সন্দেহ (Sister-raped victim suspected)। উত্তৰ প্ৰদেশ (Uttar Pradesh)ৰ এজন ব্যক্তিৰ এই অভিযোগত ভগ্নীৰ মৃতদেহ কবৰ খান্দি উলিয়ালে (sister’s body was dug up in the grave) আৰক্ষীয়ে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, যোৱা ২২ মেʼত আলিগড় জিলাৰ বাহাদুৰপুৰ গাঁৱত এগৰাকী নাবালিকাৰ চিপ লোৱা মৃতদেহ উদ্ধাৰ হয়। পৰিয়ালৰ লোকে ভাবিছিল যে তেওঁ আত্মহত্যা কৰিছে। অৱশ্যে আৰক্ষী থানাৰ ওচৰ চপাৰ পৰিৱৰ্তে নাবালিকাৰ শেষ ৰীতি-নীতি সম্পন্ন কৰে। সেই সময়ত অভিযোগকাৰী কৰ্মসূত্ৰে বিহাৰত আছিল। আৰক্ষীৰ ওচৰত দাখিল কৰা এজাহাৰত ব্যক্তিজনে দাবী কৰে যে তেওঁ নিজৰ ভগ্নীৰ অন্ত্যেষ্টিক্ৰিয়াৰ অন্তত ঘৰলৈ উভতি আহিছিল। ইয়াৰ পিছত তেওঁ পৰিয়ালৰ লোকৰ পৰা গম পায় যে ভনীয়েকৰ গোটেই শৰীৰত কামোৰৰ দাগ আছে। আনকি কেইবাঠাইত ক্ষতচিহ্নও আছিল। ইয়াৰ পিছত তেওঁ সন্দেহ কৰে যে ভগ্নীক ধৰ্ষণ কৰা হʼব পাৰে। সেইবাবেই তেওঁ থানাত অভিযোগ দিয়ে।

body | ASSAM TIMES POST

সংবাদ মাধ্যমৰ আগত ব্যক্তিজনে কয়, “যোৱা সোমবাৰে ঘৰৰ পৰা ফোন আহিছিল যে মোৰ ভগ্নীয়ে আত্মহত্যা কৰিছে। কিন্তু বিহাৰত থকাৰ বাবে অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিব নোৱাৰিলোঁ। ঘৰৰ মানুহে কয় যে সোমবাৰে নিশা পিতৃ ঘৰত নাছিল। দুয়োগৰাকী ভগ্নী শুই আছিল। পুৱা সাৰ পাই এগৰাকী ভগ্নীয়ে এটা ভয়ংকৰ দৃশ্য দেখিলে। যদিও ৰছীডাল ডিঙিত লাগি আছিল, ভগ্নীৰ ভৰি দুখন মজিয়াত ৰখা ইটা এটাৰ ওপৰত থিয় হৈ আছিল। অন্ত্যেষ্টিক্ৰিয়া নিয়মানুসাৰে স্নান কৰোৱা অৱস্থাত ভগ্নীৰ মৃতদেহত ক্ষতচিহ্ন দেখা গৈছিল। মোৰ সন্দেহ হৈছে তেওঁক ধৰ্ষণ কৰা হৈছে।”

আৰক্ষীয়ে জনোৱা মতে, দণ্ডাধীশৰ উপস্থিতিত নাবালিকাৰ মৃতদেহ কবৰৰ পৰা উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আলিগড়ৰ আৰক্ষী অধীক্ষক (গ্ৰাম্য) পলাশ বংশালে কয়, “নাবালিকাৰ পৰিয়ালৰ এজন সদস্যৰ সন্দেহৰ ভিত্তিত এজাহাৰ দাখিল কৰা হৈছে। আমি ইয়াৰ তদন্ত আৰম্ভ কৰিছো।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Digging graveuttar pradeshউত্তৰ প্ৰদেশকবৰ খান্দি
Share4Tweet3Send

Related Posts

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

by News Desk
September 8, 2026
51
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ
National-International

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

by News Desk
September 8, 2026
51
Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

by News Desk
September 8, 2026
52
Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ
National-International

Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ

by News Desk
September 8, 2026
51
গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম
National-International

গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম

by News Desk
September 8, 2026
51
Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম
National-International

Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম

by News Desk
September 8, 2026
51
ADVERTISEMENT
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
51
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি
Guwahati

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
52
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ
National-International

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026
51
Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

September 8, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d