ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

চাকৰিৰ প্ৰলোভনেৰে টকা লোৱা বিজেপি নেত্ৰী মুন ইংতিপী গ্ৰেপ্তাৰ : দলৰ পৰা নিলম্বন

ছাইদুল ইছলামঃ ডিফু :

News Desk by News Desk
May 25, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

লুম্বাজং চেডেং তেৰাঙ গাঁৱত মিলেট সম্পৰ্কীয় সজাগতা সভা

39 cadres of Adivasi People’s Liberation Army lay down arms :

Heroin Seized I লাহৰিজানত হেৰ’ইন আৰু নগদ ধনসহ দুই সৰবৰাহকাৰী আটক

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি অৱলম্বন কৰাৰ প্ৰতিশ্ৰতি প্ৰদান কৰা খোদ বিজেপি দলৰে এগৰাকী বিজেপি নেতৃৰ দুৰ্নিতীৰ কাহিনীয়ে সমগ্ৰ পাহাৰীয়া জিলা কাৰবি আংলঙত সম্প্ৰতি বিশেষ চৰ্চাৰ বিষয় হৈ পৰিছে৷ বিগত কেইবা দিন ধৰি এই বিষয়লৈ পাহাৰীয়া জিলাখন উত্তপ্ত হৈ পৰিছে৷

অভিযোগ অনুসৰি চিইএম, বিধায়কৰ নামলৈ চাকৰি দিয়াৰ প্ৰলোভনেৰে নেত্ৰী মুন ইংতিপীয়ে (Moon Intipi) একাংশ লোকৰ পৰা সংগ্ৰহ কৰিছিল বহু কোটি টকা।
এইলৈ কাৰবি আংলং জিলা (Karbi Anglong Dist.) বিজেপি কৃষাণ মৰ্চাৰ সম্পাদিকা মুন ইংতিপী (Moon Ingtipi, secretary of Karbi Anglong BJP Kisan Morcha) আৰু চেমিয়ন তেৰাং (Semyon Terang) নামৰ আন এগৰাকী প্ৰৱঞ্চকক ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত প্ৰৱঞ্চনাৰ গোচৰত কালি নিশা ডিফু আৰক্ষীয়ে গ্ৰেপ্তাৰ (Diphu police arrested) কৰে ৷

অভিযোগ অনুসৰি চেমিয়ন তেৰাং আৰু মুন ইংতিপীয়ে কাৰবি আংলং জিলাৰ একাংশ যুৱক-যুৱতীক চাকৰি দিয়াৰ প্ৰলোভনেৰে সংগ্ৰহ কৰিছিল ১ কোটি, ৫২ লাখ ৫০ হাজাৰ টকা৷ বুধবাৰে লাংহিনত এক সংবাদমেলত এই কেলেংকাৰীৰ তথ্য ফাদিল কৰিছিল ভুক্তভোগীসকলৰ লগতে যুৱ সংগঠনৰ নেতৃত্বতই৷

bjpp 2 1 | ASSAM TIMES POST

মুন ইংতিপী শাসক বিজেপি দলৰ নেত্ৰী হোৱাৰ বাবে মুখ্যমন্ত্ৰী, পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, কাৰ্যবাহী সদস্য, বিধায়ক বিদ্যাছিং ইংলেঙৰ অতি ঘণিষ্ঠ আছিল৷ এই সম্পৰ্কৰ আলমতে তেওঁ চাকৰি দিম বুলি বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰিছিল৷

নাম লৈছিল নেতাসকলৰ৷ আনকি বহিঃৰাজ্যত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈও এইসকল নেতাৰ লগত প্ৰায়ে যায় মুন ইংতিপী৷ বুধবাৰে সংবাদমেল কৰাৰ পিছতে কালি ভুক্তভোগীসকলে ডিফু থানাত এটি প্ৰৱঞ্চনাৰ গোচৰ তৰে ৷

ইফালে, সংবাদমেলৰ পিছতে ৰাজনৈতিক মহলত ধুমুহাৰ সৃষ্টি হয় ৷ কালি নিশা ডিফু থানাৰ ৫৭/২০২৩ নম্বৰৰ গোচৰৰ ভিত্তিত ৪০৬/৪২০/৩৪ ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰাত মুন ইংতিপীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ ইয়াৰ পিছতে বিজেপি দলে মুন ইংতিপীক বিজেপি দলৰ পৰা বহিস্কাৰ (Moon expelled from the Intipic BJP party) কৰে৷

বিগত দুবছৰ ধৰি এই নেত্ৰীগৰাকীয়ে কেইবাগৰাকী লোকৰ পৰা ঠিকা, প্ৰৱেশ গেট প্ৰদান কৰাৰ নামত ৪ কোটি টকা সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপন হৈছে৷
আজি দুপৰীয়া মুন ইংতিপীক আদালতলৈ নিয়াৰ সময়ত তেওঁ চিঞৰি চিঞৰি কয় যে মোক ফচাই দিছে ডাঙৰ মানুহসকলে৷

মোক অকলে ধৰিলে নহ’ব আৰক্ষীয়ে তেওঁলোককো ধৰক ৷ মুন ইংতিপীয়ে একে অপৰাধৰ তালিকাত স্বাধীন কিলিঙৰ লগতে ডাঙৰ মানুহবোৰে তেওঁক ফচোৱা বুলি মন্তব্য কৰে৷

ইয়াৰোপৰি ইংতিপীয়ে পাটৰ উপাধিৰ এগৰাকী ব্যক্তিৰ নামো উচ্ছাৰণ কৰে ৷ ডিফু থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এছ খুবুঙে আৰক্ষীয়ে অধিক জেৰাৰ বাবে তিনিদিনৰ আৰক্ষী জিম্মাত বিছৰা বুলি কয় ৷ অৱশ্যে এই বাতৰি লিখাৰ পৰলৈকে আদালতে মুন ইংতিপীক কেইদিনৰ জিম্মাত দিছে জানিব পৰা হোৱা নাই৷ মুন ইংতিপীৰ গ্ৰেপ্তাৰে বিজেপি দলৰ ভিতৰত জোকাৰণিৰ সৃষ্টি কৰিছে৷

ধৃত নেত্ৰীগৰাকীৰ মুখৰ পৰা কোনো তথ্য সদৰী নোহোৱাৰ স্বাৰ্থত ডিফু আৰক্ষীয়ে মুন ইংতিপীক সংবাদ মাধ্যমৰ পৰা আতৰত ৰখা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে। মুন ইংতিপীয়ে সংগ্ৰহ কৰা কোটি কোটি টকাৰ ভাগ কোন কোন নেতাই লাভ কৰিছিল সেয়া পোহৰলৈ আহিব নে বুলিও চৰ্চা লাভ কৰিছে।

Share this:

  • Twitter
  • Facebook

Like this:

Like Loading...

Related

Tags: expelledMoon IntipiSemyon Terangচেমিয়ন তেৰাংবহিস্কাৰমুন ইংতিপী
Share294Tweet184Send

Related Posts

লুম্বাজং চেডেং তেৰাঙ গাঁৱত মিলেট সম্পৰ্কীয় সজাগতা সভা
KARBI ANGLONG

লুম্বাজং চেডেং তেৰাঙ গাঁৱত মিলেট সম্পৰ্কীয় সজাগতা সভা

by News Desk
June 3, 2023
51
39 cadres of Adivasi People’s Liberation Army lay down arms :
KARBI ANGLONG

39 cadres of Adivasi People’s Liberation Army lay down arms :

by ASSAM TIMES POST
June 2, 2023
53
Heroin Seized I লাহৰিজানত হেৰ’ইন আৰু নগদ ধনসহ দুই সৰবৰাহকাৰী আটক
KARBI ANGLONG

Heroin Seized I লাহৰিজানত হেৰ’ইন আৰু নগদ ধনসহ দুই সৰবৰাহকাৰী আটক

by News Desk
June 2, 2023
77
APLA-ৰ মুখ্য সেনাধ্যক্ষ চাহিল মুণ্ডাসহ ৩৯ গৰাকী কেডাৰৰ আত্মসমৰ্পণ
KARBI ANGLONG

APLA-ৰ মুখ্য সেনাধ্যক্ষ চাহিল মুণ্ডাসহ ৩৯ গৰাকী কেডাৰৰ আত্মসমৰ্পণ

by News Desk
June 2, 2023
70
ডিফু-দলদলীৰ মাজৰ ৰে’ল লাইনৰ কাষত অচিনাক্ত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

ডিফু-দলদলীৰ মাজৰ ৰে’ল লাইনৰ কাষত অচিনাক্ত মৃতদেহ উদ্ধাৰ

by News Desk
June 1, 2023
51
JCCPA I কাৰবি আংলঙৰ দল-সংগঠনক আস্থাত নোলোৱাৰ অভিযোগ : ডিফুত জেচিচিপিএ সংবাদমেল
KARBI ANGLONG

JCCPA I কাৰবি আংলঙৰ দল-সংগঠনক আস্থাত নোলোৱাৰ অভিযোগ : ডিফুত জেচিচিপিএ সংবাদমেল

by News Desk
May 31, 2023
52
ADVERTISEMENT
লুম্বাজং চেডেং তেৰাঙ গাঁৱত মিলেট সম্পৰ্কীয় সজাগতা সভা
KARBI ANGLONG

লুম্বাজং চেডেং তেৰাঙ গাঁৱত মিলেট সম্পৰ্কীয় সজাগতা সভা

June 3, 2023
51
উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদান ৭.৩০ বজাৰ পৰা, শিক্ষা বিভাগৰ নিৰ্দেশনা জাৰি
Assam

উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদান ৭.৩০ বজাৰ পৰা, শিক্ষা বিভাগৰ নিৰ্দেশনা জাৰি

June 3, 2023
51
শ্বাহৰুখ আৰু ছলমান পুনৰ লগ হ’ব একেটা ফ্ৰেমত
Entertainment

শ্বাহৰুখ আৰু ছলমান পুনৰ লগ হ’ব একেটা ফ্ৰেমত

June 3, 2023
51
২ বছৰ পূৰ্বেই প্ৰধানমন্ত্ৰীক কুস্তি ফেডাৰেচনৰ সভাপতিৰ বিৰুদ্ধে অভিযোগ দিছিল! এফআইআৰত মল্লযুঁজাৰুৰ দাবী
National-International

২ বছৰ পূৰ্বেই প্ৰধানমন্ত্ৰীক কুস্তি ফেডাৰেচনৰ সভাপতিৰ বিৰুদ্ধে অভিযোগ দিছিল! এফআইআৰত মল্লযুঁজাৰুৰ দাবী

June 3, 2023
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

লুম্বাজং চেডেং তেৰাঙ গাঁৱত মিলেট সম্পৰ্কীয় সজাগতা সভা

লুম্বাজং চেডেং তেৰাঙ গাঁৱত মিলেট সম্পৰ্কীয় সজাগতা সভা

June 3, 2023
উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদান ৭.৩০ বজাৰ পৰা, শিক্ষা বিভাগৰ নিৰ্দেশনা জাৰি

উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদান ৭.৩০ বজাৰ পৰা, শিক্ষা বিভাগৰ নিৰ্দেশনা জাৰি

June 3, 2023
শ্বাহৰুখ আৰু ছলমান পুনৰ লগ হ’ব একেটা ফ্ৰেমত

শ্বাহৰুখ আৰু ছলমান পুনৰ লগ হ’ব একেটা ফ্ৰেমত

June 3, 2023

Categories

ALL NEWS (17229) Assam (12543) BREAKING NEWS (6433) Business (28) Economy (67) Editorial (11) EDUCATION AND TECHNOLOGY (61) Entertainment (680) Entertrainment (324) EXCLUSIVE (124) Fashion (8) Featured (19) Features (30) Guwahati (1871) Health & Fitness (612) Jobs & Career (5) KARBI ANGLONG (2552) Lifestyle (23) literature (16) National-International (5622) NORTHEAST (508) Novels (3) Photo (4) Poems (9) Political (104) Recipes (6) Sports News (382) Stories (8) Tech (11) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: