ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

New Parliament Building I নতুন সংসদ ভৱনত স্থান লাভ কৰিব সোণৰ ৰাজদণ্ডই

নিউজ ডেস্কঃ

News Desk by News Desk
May 25, 2023
Reading Time: 1 min read
A A
0
New Parliament Building I নতুন সংসদ ভৱনত স্থান লাভ কৰিব সোণৰ ৰাজদণ্ডই

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

২ বছৰ পূৰ্বেই প্ৰধানমন্ত্ৰীক কুস্তি ফেডাৰেচনৰ সভাপতিৰ বিৰুদ্ধে অভিযোগ দিছিল! এফআইআৰত মল্লযুঁজাৰুৰ দাবী

বালাশ্বৰ দুৰ্ঘটনাত মৰ্মাহত বিশ্বৰ নেতাসকল

Biggest railway accident in India I বিগত এটা যুগৰ ভাৰতৰ আটাইতকৈ ভয়াৱহ ৰে’ল দুৰ্ঘটনা

২৮ মে’ত উদ্বোধন প্ৰধানমন্ত্ৰীয়ে উদ্বোধন (PM inaugurates on May 28) কৰিব নতুন সংসদ ভৱন (New Parliament Building)। এই অনুষ্ঠানত আন এক ঐতিহাসিক ঘটনাৰ সংযোগ ঘটিব। নতুন সংসদ ভৱনত স্থান লাভ কৰিব ঐতিহাসিক সোণালী ৰাজদণ্ড ‘ছেংগল’-এ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লোকসভাৰ অধ্যক্ষৰ আসনৰ কাষত স্থাপন কৰিব এই ৰাজদণ্ড।

ব্ৰিটিছ শাসনৰ পৰা মুক্তিলাভৰ প্ৰতীক হিচাপে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ হাতত এই ৰাজদণ্ড তুলি দিয়া হৈছিল।তামিল শব্দ ‘ছেংগল’ৰ অৰ্থ হৈছে ‘ন্যায়’। ব্ৰিটিছশাসিত ভাৰতৰ অন্তিমজন ভাইচৰয় লৰ্ড মাউণ্টবেটেনে এই ৰাজদণ্ড জৱাহৰলাল নেহৰুৰ হাতত অৰ্পণ কৰিছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ক্ষমতা হস্তান্তৰৰ প্ৰতীক হিচাপে এই ৰাজদণ্ড মাউণ্টবেটেনে জৱাহৰলাল নেহৰুক প্ৰদান কৰিছিল।

সোণৰ ৰাজদণ্ড
নতুন সংসদ ভৱনত স্থান লাভ কৰিব সোণৰ ৰাজদণ্ডই:

উল্লেখযোগ্য যে এই ৰাজদণ্ড নিৰ্মাণৰ আঁৰৰ ব্যক্তিজন আছিল দেশৰ অন্তিমজন ৰাজ্যপাল জেনেৰেল চি ৰাজগোপালাচাৰী।তেওঁ তামিলনাডুৰ ৰাজপৰিয়ালৰ ঐতিহ্যৰ কথা উল্লেখ কৰি এই ৰাজদণ্ডৰ ঐতিহ্যৰ বিষয়ে কৈছিল। তামিলনাডুৰ তদানীন্তন ৰজাঘৰৰ প্ৰথা আছিল নতুন ৰজাক ৰাজদণ্ড প্ৰদান কৰাটো। চোল ৰজাৰ ৰাজত্বকালৰ পৰা এই পৰম্পৰা আৰম্ভ হৈছিল।
উক্ত প্ৰথা অনুসৰিয়ে ৰাজগোপালাচাৰীয়ে নেহৰুক ইংৰাজৰ হাতৰ পৰা ৰাজদণ্ড লʼবলৈ পৰামৰ্শ দিছিল।

ৰাজদণ্ড নিৰ্মাণৰ দায়িত্ব দিয়া হৈছিল তামিলনাডুৰ তিৰুৱদুথুৰাই আথিনাম মঠক।আনহাতে, তিৰুৱদুথুৰাই আথিনামে উক্ত দায়িত্ব পুনৰ সেই সময়ৰ মাদ্ৰাজৰ গহনা বিক্ৰেতা ভূমিদি বাংগাৰু চেট্টাৰৰ হাতত অৰ্পণ কৰে। বাংগাৰুৱেই উক্ত সোণৰ ৰাজদণ্ডডাল নিৰ্মাণ কৰিছিল।

পাঁচ ফুট ওখ ছেংগলৰ মূৰত আছে এটা ‘নন্দী’ মʼহ। ই ন্যায়ৰ প্ৰতীক সূচায়। ৰাজদণ্ড নিৰ্মাণৰ পিছত তাক মাউণ্টবেটেনৰ হাতত অৰ্পণ কৰা হয়। আনহাতে, ১৯৪৭ চনৰ ১৫ আগষ্টত মাজনিশাৰ পোন্ধৰ মিনিট পূৰ্বে ছেংগল নেহৰুৰ হাতত অৰ্পণ কৰে মাউণ্টবেটেনে।
বৰ্তমান এলাহাবাদৰ সংগ্ৰহালয়ত থকা এই ছেংগলে অহা ২৮ মে’ৰ পৰা দেশৰ নতুন সংসদৰ শোভাবৰ্ধন কৰিব।

Share this:

  • Twitter
  • Facebook

Like this:

Like Loading...

Related

Tags: ChengalGolden ScepterNew Parliament Buildingছেংগলনতুন সংসদ ভৱনসোণালী ৰাজদণ্ড
Share5Tweet3Send

Related Posts

২ বছৰ পূৰ্বেই প্ৰধানমন্ত্ৰীক কুস্তি ফেডাৰেচনৰ সভাপতিৰ বিৰুদ্ধে অভিযোগ দিছিল! এফআইআৰত মল্লযুঁজাৰুৰ দাবী
National-International

২ বছৰ পূৰ্বেই প্ৰধানমন্ত্ৰীক কুস্তি ফেডাৰেচনৰ সভাপতিৰ বিৰুদ্ধে অভিযোগ দিছিল! এফআইআৰত মল্লযুঁজাৰুৰ দাবী

by News Desk
June 3, 2023
51
বালাশ্বৰ দুৰ্ঘটনাত মৰ্মাহত বিশ্বৰ নেতাসকল
National-International

বালাশ্বৰ দুৰ্ঘটনাত মৰ্মাহত বিশ্বৰ নেতাসকল

by News Desk
June 3, 2023
51
Biggest railway accident in India I বিগত এটা যুগৰ ভাৰতৰ আটাইতকৈ ভয়াৱহ ৰে’ল দুৰ্ঘটনা
National-International

Biggest railway accident in India I বিগত এটা যুগৰ ভাৰতৰ আটাইতকৈ ভয়াৱহ ৰে’ল দুৰ্ঘটনা

by Staff Reporter
June 3, 2023
53
Odisha Train Tragedy I কৰমণ্ডলকাণ্ডত ব্যথিত মোডী! জৰুৰীকালীন বৈঠক আহ্বান
National-International

PM Leaves for Balasore I বালাশ্বৰলৈ যাব প্ৰধানমন্ত্ৰী, ইয়াৰ পূৰ্বে মোডী-শ্বাহৰ জৰুৰী বৈঠক

by Staff Reporter
June 3, 2023
53
Odisha Train Tragedy I কৰমণ্ডলকাণ্ডত ব্যথিত মোডী! জৰুৰীকালীন বৈঠক আহ্বান
National-International

Odisha Train Tragedy I কৰমণ্ডলকাণ্ডত ব্যথিত মোডী! জৰুৰীকালীন বৈঠক আহ্বান

by Staff Reporter
June 3, 2023
51
Odisha Train Accident I ওড়িশাৰ ৰে’ল দুৰ্ঘটনাত ২৮৮ জনৰ মৃত্যু! তদন্ত ঘোষণা কেন্দ্ৰীয় ৰেʼল মন্ত্ৰীৰ
National-International

Odisha Train Accident I ওড়িশাৰ ৰে’ল দুৰ্ঘটনাত ২৮৮ জনৰ মৃত্যু! তদন্ত ঘোষণা কেন্দ্ৰীয় ৰেʼল মন্ত্ৰীৰ

by Staff Reporter
June 3, 2023
52
ADVERTISEMENT
লুম্বাজং চেডেং তেৰাঙ গাঁৱত মিলেট সম্পৰ্কীয় সজাগতা সভা
KARBI ANGLONG

লুম্বাজং চেডেং তেৰাঙ গাঁৱত মিলেট সম্পৰ্কীয় সজাগতা সভা

June 3, 2023
51
উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদান ৭.৩০ বজাৰ পৰা, শিক্ষা বিভাগৰ নিৰ্দেশনা জাৰি
Assam

উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদান ৭.৩০ বজাৰ পৰা, শিক্ষা বিভাগৰ নিৰ্দেশনা জাৰি

June 3, 2023
51
শ্বাহৰুখ আৰু ছলমান পুনৰ লগ হ’ব একেটা ফ্ৰেমত
Entertainment

শ্বাহৰুখ আৰু ছলমান পুনৰ লগ হ’ব একেটা ফ্ৰেমত

June 3, 2023
51
২ বছৰ পূৰ্বেই প্ৰধানমন্ত্ৰীক কুস্তি ফেডাৰেচনৰ সভাপতিৰ বিৰুদ্ধে অভিযোগ দিছিল! এফআইআৰত মল্লযুঁজাৰুৰ দাবী
National-International

২ বছৰ পূৰ্বেই প্ৰধানমন্ত্ৰীক কুস্তি ফেডাৰেচনৰ সভাপতিৰ বিৰুদ্ধে অভিযোগ দিছিল! এফআইআৰত মল্লযুঁজাৰুৰ দাবী

June 3, 2023
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

লুম্বাজং চেডেং তেৰাঙ গাঁৱত মিলেট সম্পৰ্কীয় সজাগতা সভা

লুম্বাজং চেডেং তেৰাঙ গাঁৱত মিলেট সম্পৰ্কীয় সজাগতা সভা

June 3, 2023
উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদান ৭.৩০ বজাৰ পৰা, শিক্ষা বিভাগৰ নিৰ্দেশনা জাৰি

উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদান ৭.৩০ বজাৰ পৰা, শিক্ষা বিভাগৰ নিৰ্দেশনা জাৰি

June 3, 2023
শ্বাহৰুখ আৰু ছলমান পুনৰ লগ হ’ব একেটা ফ্ৰেমত

শ্বাহৰুখ আৰু ছলমান পুনৰ লগ হ’ব একেটা ফ্ৰেমত

June 3, 2023

Categories

ALL NEWS (17229) Assam (12543) BREAKING NEWS (6433) Business (28) Economy (67) Editorial (11) EDUCATION AND TECHNOLOGY (61) Entertainment (680) Entertrainment (324) EXCLUSIVE (124) Fashion (8) Featured (19) Features (30) Guwahati (1871) Health & Fitness (612) Jobs & Career (5) KARBI ANGLONG (2552) Lifestyle (23) literature (16) National-International (5622) NORTHEAST (508) Novels (3) Photo (4) Poems (9) Political (104) Recipes (6) Sports News (382) Stories (8) Tech (11) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: