ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

New Parliament Building I বৰ্জন নকৰিব! বিৰোধীক আহ্বান কেন্দ্ৰৰ

নিউজ ডেস্কঃ

News Desk by News Desk
May 24, 2023
Reading Time: 1 min read
A A
0
New Parliament Building I বৰ্জন নকৰিব! বিৰোধীক আহ্বান কেন্দ্ৰৰ

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

২ বছৰ পূৰ্বেই প্ৰধানমন্ত্ৰীক কুস্তি ফেডাৰেচনৰ সভাপতিৰ বিৰুদ্ধে অভিযোগ দিছিল! এফআইআৰত মল্লযুঁজাৰুৰ দাবী

বালাশ্বৰ দুৰ্ঘটনাত মৰ্মাহত বিশ্বৰ নেতাসকল

Biggest railway accident in India I বিগত এটা যুগৰ ভাৰতৰ আটাইতকৈ ভয়াৱহ ৰে’ল দুৰ্ঘটনা

মঙলবাৰে নিশা বৰ্জনৰ ঘোষণা (Announcement of boycott on Tuesday night) কৰা প্ৰথমটো ৰাজনৈতিক দল হিচাপে পৰিগণিত হয় তৃণমূল (The first political party Trinamool)। বুধবাৰে বিয়লিলৈকে আৰু ১৮টা বিৰোধী দলে তৃণমূলক অনুসৰণ কৰি নতুন সংসদ ভৱনৰ উদ্বোধনী (Inauguration of new Parliament Building) কাৰ্যসূচীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক (President Draupadi Murmu) নিমন্ত্ৰণ নকৰাৰ প্ৰতিবাদ কৰে। আম আদমী পাৰ্টি (আপ), কংগ্ৰেছ, আৰজেডি, জেডিইউ, এনচিপিৰ উপৰি বাওঁপন্থীও এই তালিকাত আছে।

এনে পৰিস্থিতিত কেন্দ্ৰই বিৰোধী পক্ষক অহা দেওবাৰে (২৮ মে’) নতুন সংসদ ভৱনৰ উদ্বোধনী কাৰ্যসূচী বৰ্জনৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে। কেন্দ্ৰীয় সংসদীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি কয়, “নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠান বৰ্জন কৰাৰ একাংশ বিৰোধী দলৰ সিদ্ধান্ত দুৰ্ভাগ্যজনক। আশাকৰোঁ তেওঁলোকে সিদ্ধান্তটো পুনৰ বিবেচনা কৰি কাৰ্যসূচীত যোগদান কৰিব।”

নতুন সংসদ ভৱনৰ উদ্বোধনী কাৰ্যসূচীত ৰাষ্ট্ৰপতিক নিমন্ত্ৰণ নকৰাৰ অভিযোগ উত্থাপন কৰি ১৯টা বিৰোধী দলে এক যৌথ বিবৃতি প্ৰকাশ কৰিছে।

New Parliament Building
New Parliament Building:

সাংবিধানিক বিশেষজ্ঞৰ এটা দলৰ মতে, সংসদৰ ৰক্ষক হʼল ৰাষ্ট্ৰপতি। কাৰণ সংবিধানৰ ৭৯নং অনুচ্ছেদ অনুসৰি সংসদ ৰাষ্ট্ৰপতি, লোকসভা আৰু ৰাজ্যসভাৰে গঠিত। গতিকে তেওঁ নতুন সংসদ ভৱন উদ্বোধন কৰা উচিত। কিন্তু বিৰোধীয়ে অভিযোগ উত্থাপন কৰে যে দেওবাৰে ৰাষ্ট্ৰপতিগৰাকীক উদ্বোধনী অনুষ্ঠানলৈয়ে নিমন্ত্ৰণ কৰা হোৱা নাই।

তেওঁলোকৰ ব্যাখ্যা অনুসৰি, লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে নিজেই সকলো কৃতিত্ব লৈছে। তেওঁ নিজেই সকলোতে লাইমলাইটত থাকিব বিচাৰে। সেইবাবেই দেশৰ প্ৰথমজন আদিবাসী (অনুসূচিত জনজাতি) সভাপতি দ্ৰৌপদীক আওকাণ কৰা হৈছে। প্ৰাক্তন ৰাষ্ট্ৰপতি তথা দলিত সম্প্ৰদায়ৰ প্ৰতিনিধি ৰামনাথ কোবিন্দেও নিমন্ত্ৰণ নাপালে।

আনহাতে, কংগ্ৰেছৰ সভাপতি খাৰ্গেয়ে অভিযোগ কৰে যে নতুন ভৱনৰ সন্দৰ্ভত ৰাষ্ট্ৰপতিক আওকাণ কৰাৰ এই ইতিহাস নতুন নহয়। ২০২০ চনৰ ১০ ডিচেম্বৰত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰা হয়। কিন্তু উক্ত অনুষ্ঠানলৈ তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক নিমন্ত্ৰণ কৰা হোৱা নাছিল। পৰৱৰ্তী পদক্ষেপত ২০২২ চনৰ ১১ জুলাইত যেতিয়া ৰাষ্ট্ৰীয় প্ৰতীক সিংহৰ ব্ৰঞ্জৰ মূৰ্তি উদ্বোধন কৰা হৈছিল, তেতিয়াও কোবিন্দৰ নাম আমন্ত্ৰণ তালিকাত নাছিল।

যদিও সেই সময়ত তেওঁ ৰাষ্ট্ৰপতিৰ আসনত আছিল। উল্লেখযোগ্য যে ২৮ মেʼত বিনায়ক দামোদৰ চাৱৰকাৰৰ ১৪০ সংখ্যক জন্ম জয়ন্তী। বিৰোধীসকলে অভিযোগ কৰিছে যে মহাত্মা গান্ধী, নেতাজী, জৱাহৰলাল নেহৰুৰ জন্মদিনক আওকাণ কৰি মোদীয়ে সংসদ ভৱন উদ্বোধনৰ বাবে চাৱৰকাৰৰ জন্মদিন বাছি লৈ হিন্দুত্ববাদক উদগনি দিবলৈ চেষ্টা কৰিছে।

Share this:

  • Twitter
  • Facebook

Like this:

Like Loading...

Related

Tags: boycottNew Parliament Buildingনতুন সংসদ ভৱনবৰ্জন
Share4Tweet3Send

Related Posts

২ বছৰ পূৰ্বেই প্ৰধানমন্ত্ৰীক কুস্তি ফেডাৰেচনৰ সভাপতিৰ বিৰুদ্ধে অভিযোগ দিছিল! এফআইআৰত মল্লযুঁজাৰুৰ দাবী
National-International

২ বছৰ পূৰ্বেই প্ৰধানমন্ত্ৰীক কুস্তি ফেডাৰেচনৰ সভাপতিৰ বিৰুদ্ধে অভিযোগ দিছিল! এফআইআৰত মল্লযুঁজাৰুৰ দাবী

by News Desk
June 3, 2023
51
বালাশ্বৰ দুৰ্ঘটনাত মৰ্মাহত বিশ্বৰ নেতাসকল
National-International

বালাশ্বৰ দুৰ্ঘটনাত মৰ্মাহত বিশ্বৰ নেতাসকল

by News Desk
June 3, 2023
51
Biggest railway accident in India I বিগত এটা যুগৰ ভাৰতৰ আটাইতকৈ ভয়াৱহ ৰে’ল দুৰ্ঘটনা
National-International

Biggest railway accident in India I বিগত এটা যুগৰ ভাৰতৰ আটাইতকৈ ভয়াৱহ ৰে’ল দুৰ্ঘটনা

by Staff Reporter
June 3, 2023
53
Odisha Train Tragedy I কৰমণ্ডলকাণ্ডত ব্যথিত মোডী! জৰুৰীকালীন বৈঠক আহ্বান
National-International

PM Leaves for Balasore I বালাশ্বৰলৈ যাব প্ৰধানমন্ত্ৰী, ইয়াৰ পূৰ্বে মোডী-শ্বাহৰ জৰুৰী বৈঠক

by Staff Reporter
June 3, 2023
53
Odisha Train Tragedy I কৰমণ্ডলকাণ্ডত ব্যথিত মোডী! জৰুৰীকালীন বৈঠক আহ্বান
National-International

Odisha Train Tragedy I কৰমণ্ডলকাণ্ডত ব্যথিত মোডী! জৰুৰীকালীন বৈঠক আহ্বান

by Staff Reporter
June 3, 2023
51
Odisha Train Accident I ওড়িশাৰ ৰে’ল দুৰ্ঘটনাত ২৮৮ জনৰ মৃত্যু! তদন্ত ঘোষণা কেন্দ্ৰীয় ৰেʼল মন্ত্ৰীৰ
National-International

Odisha Train Accident I ওড়িশাৰ ৰে’ল দুৰ্ঘটনাত ২৮৮ জনৰ মৃত্যু! তদন্ত ঘোষণা কেন্দ্ৰীয় ৰেʼল মন্ত্ৰীৰ

by Staff Reporter
June 3, 2023
52
ADVERTISEMENT
লুম্বাজং চেডেং তেৰাঙ গাঁৱত মিলেট সম্পৰ্কীয় সজাগতা সভা
KARBI ANGLONG

লুম্বাজং চেডেং তেৰাঙ গাঁৱত মিলেট সম্পৰ্কীয় সজাগতা সভা

June 3, 2023
51
উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদান ৭.৩০ বজাৰ পৰা, শিক্ষা বিভাগৰ নিৰ্দেশনা জাৰি
Assam

উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদান ৭.৩০ বজাৰ পৰা, শিক্ষা বিভাগৰ নিৰ্দেশনা জাৰি

June 3, 2023
51
শ্বাহৰুখ আৰু ছলমান পুনৰ লগ হ’ব একেটা ফ্ৰেমত
Entertainment

শ্বাহৰুখ আৰু ছলমান পুনৰ লগ হ’ব একেটা ফ্ৰেমত

June 3, 2023
51
২ বছৰ পূৰ্বেই প্ৰধানমন্ত্ৰীক কুস্তি ফেডাৰেচনৰ সভাপতিৰ বিৰুদ্ধে অভিযোগ দিছিল! এফআইআৰত মল্লযুঁজাৰুৰ দাবী
National-International

২ বছৰ পূৰ্বেই প্ৰধানমন্ত্ৰীক কুস্তি ফেডাৰেচনৰ সভাপতিৰ বিৰুদ্ধে অভিযোগ দিছিল! এফআইআৰত মল্লযুঁজাৰুৰ দাবী

June 3, 2023
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

লুম্বাজং চেডেং তেৰাঙ গাঁৱত মিলেট সম্পৰ্কীয় সজাগতা সভা

লুম্বাজং চেডেং তেৰাঙ গাঁৱত মিলেট সম্পৰ্কীয় সজাগতা সভা

June 3, 2023
উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদান ৭.৩০ বজাৰ পৰা, শিক্ষা বিভাগৰ নিৰ্দেশনা জাৰি

উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদান ৭.৩০ বজাৰ পৰা, শিক্ষা বিভাগৰ নিৰ্দেশনা জাৰি

June 3, 2023
শ্বাহৰুখ আৰু ছলমান পুনৰ লগ হ’ব একেটা ফ্ৰেমত

শ্বাহৰুখ আৰু ছলমান পুনৰ লগ হ’ব একেটা ফ্ৰেমত

June 3, 2023

Categories

ALL NEWS (17229) Assam (12543) BREAKING NEWS (6433) Business (28) Economy (67) Editorial (11) EDUCATION AND TECHNOLOGY (61) Entertainment (680) Entertrainment (324) EXCLUSIVE (124) Fashion (8) Featured (19) Features (30) Guwahati (1871) Health & Fitness (612) Jobs & Career (5) KARBI ANGLONG (2552) Lifestyle (23) literature (16) National-International (5622) NORTHEAST (508) Novels (3) Photo (4) Poems (9) Political (104) Recipes (6) Sports News (382) Stories (8) Tech (11) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: