ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Uttar Pradesh Gang Rape I ঘৰত প্ৰৱেশ কৰি লুণ্ঠনৰ পিছত মাতৃ-কন্যাক দলবদ্ধ ধৰ্ষণ!

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 23, 2023
Reading Time: 1 min read
A A
0
১২ বছৰীয়া নাতিনিক মাহৰ পিছত মাহ ধর্ষণ ককাক আৰু তেওঁৰ ও দুই বন্ধুৰ!

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

উত্তৰ প্ৰদেশত (Uttar Pradesh) পুনৰ দলবদ্ধ ধৰ্ষণৰ (Gang Rape) অভিযোগ। এগৰাকী মহিলা আৰু তেওঁৰ ১৪ বছৰীয়া কন্যাক দলবদ্ধ ধৰ্ষণৰ অভিযোগ। পিছত মহিলাগৰাকীৰ স্বামীয়ে আৰক্ষীৰ কাষ চাপে। অভিযোগ অনুসৰি, ৩ জন অচিনাক্ত যুৱকে তেওঁৰ ঘৰত প্ৰৱেশ কৰি নগদ ধন আৰু মোবাইল ফোন লুট কৰে।
Uttar pradesh Gang Rape
মাতৃ-কন্যাক দলবদ্ধ ধৰ্ষণ:

ইয়াৰ পিছত তেওঁক বান্ধি থয় আৰু তাৰ পিছত পত্নী আৰু কন্যাক দলবদ্ধ ধৰ্ষণ কৰা বুলি অভিযোগ কৰে। এই ঘটনা উত্তৰ প্ৰদেশৰ ৰামপুৰ জিলাৰ সৌফনি গাঁৱৰ। আৰক্ষীৰ তথ্য অনুসৰি, যোৱা দেওবাৰে প্ৰথমে যুৱকজনে নিজৰ মোবাইল ফোন আৰু ৫ হাজাৰ টকা চুৰিৰ কথা জনায়। তাৰ কিছু সময়ৰ পাছত পুনৰ থানালৈ গৈ দলবদ্ধ ধৰ্ষণৰ অভিযোগ দিয়ে। লোকজনে দাবী কৰিছে যে শনিবাৰে নিশা পত্নী আৰু কন্যাক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল।

আৰক্ষী অধীক্ষক অশোক কুমাৰ শুক্লাই (Ashok Kumar Shukla) কয়, “যুৱকজনৰ ২টা অভিযোগৰ স্বৰূপ সন্দেহজনক। তথাপিও আমি তদন্ত কৰি আছো।” কাইফ নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। তদন্তত আৰক্ষীয়ে জানিব পাৰে যে কিছুদিন পূৰ্বে অভিযোগকাৰীয়ে কাইফৰ লগত কাজিয়া কৰিছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি, এই ঘটনা তেওঁৰ বাবে হৈছেনে নাই তদন্ত চলি আছে।

ইফালে এই ঘটনাত সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱে (Akhilesh Yadav) ৰাজ্যৰ বিজেপি চৰকাৰক আক্ৰমণ কৰে। ৰাজ্যৰ আইন-শৃংখলাক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰে। উত্তৰ প্ৰদেশত উন্নাও, লখিমপুৰৰ খেৰী, হাথৰাছৰ দৰে মহিলাৰ ওপৰত হোৱা কেইবাটাও হিংসাৰ ঘটনা সংঘটিত হোৱাৰ বাবে বিগত সময়ত বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। ৰাজ্যখনত মহিলাৰ সুৰক্ষাৰ বিষয়টো বিৰোধীয়ে বাৰে বাৰে উত্থাপন কৰি আহিছে।

Tags: uttar pradesh
Share4Tweet3Send

Related Posts

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!
National-International

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

by News Desk
June 17, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

by News Desk
June 17, 2026
50
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন
DIPHU

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

by News Desk
June 17, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

by News Desk
June 17, 2026
50
Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা
National-International

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

by Staff Reporter
June 17, 2026
50
Cockroach Janata Party I পঁইতাচোৰাৰ গুৰুক কোনে কিয় চৰিয়ালে
National-International

Cockroack Janata Party I পঁইতাচোৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপকে

by Staff Reporter
June 17, 2026
50
ADVERTISEMENT
NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!
National-International

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

June 17, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

June 17, 2026
50
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন
DIPHU

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

June 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

June 17, 2026
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

June 17, 2026
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx