এইবাৰৰ উচ্চ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত (মেট্ৰিক) ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল( HSLC Topper) কৰিছে হৃদম ঠাকুৰীয়াই৷ হৃদম ঠাকুৰীয়া হৈছে ঢেকীয়াজুলিৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ৷ হৃদমে মুঠ ৬০০ নম্বৰৰ ভিতৰত ৫৯৬ নম্বৰ লাভ কৰি প্ৰথম স্থান দখল কৰে।
[caption id="attachment_101205" align="alignnone" width="719"] মেট্ৰিকৰ শীৰ্ষত উজলিল ঢেকীয়াজুলিৰ হৃদম ঠাকুৰীয়া:[/caption]
আনহাতে, দ্বিতীয় স্থান দখল কৰে চাৰিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে৷ নগাঁও চৰকাৰী বালক উঃ মাঃ বিদ্যালয়ৰ ইছৰাত ফাৰিহা, আনন্দ বিদ্যা নিকেতন, নলবাৰীৰ লাকী দেৱী চৌধুৰী আৰু মনমিতা শৰ্মা, আৰু সোণাৰিৰ ছেণ্ট যোচেফ স্কুলৰ আদিত্য অনুপম কোঁৱৰে মুঠ ৫৯৩ নম্বৰ লাভ কৰি দ্বিতীয় স্থান দখল কৰে৷

ইয়াৰ উপৰি দুমুনিচকী ইংলিছ স্কুলৰ নিলুফাৰ ৰহমান, আদৰ্শ বিদ্যাপীঠ, ভোলাগুৰিৰ অনিন্দিতা বৰা আৰু বাহাৰঘাট শংকৰদেৱ শিশু নিকেতনৰ মৃগাংক শৰ্মাই তৃতীয় স্থান অধিকাৰ কৰে৷ তেওঁলোক আটাইকেইজনে ৫৯২ নম্বৰ লাভ কৰে৷