ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Vivekanand Dhar Died I বোকাখাতৰ প্ৰবীণ বিজেপি নেতা বিবেকানন্দ ধৰৰ দেহাৱসান

অজন্তা তালুকদাৰ, বোকাখাত :

News Desk by News Desk
May 16, 2023
Reading Time: 1 min read
A A
0
Vivekanand Dhar Died I বোকাখাতৰ প্ৰবীণ বিজেপি নেতা বিবেকানন্দ ধৰৰ দেহাৱসান

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Assam Announces Supplementary Exams for Higher Secondary Students

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

বোকাখাতৰ কুৰুৱাবাহী (kuruwabahi of the Bokakhat)ৰ প্ৰবীণ বিজেপি নেতা বিবেকানন্দ ধৰৰ (Veteran BJP leader Vivekanand Dhar) আজি পুৱা দেহাৱসান (Died) ঘটে (৬৩)। নেতাগৰাকীৰ মৃতদেহত বিজেপিৰ পতাকা পৰিধান কৰোৱাই বিদায় দিলে সতীৰ্থই। ধৰৰ মৃত্যুত শোকৰ ছাঁ পৰিছে বিজেপীৰ লগতে বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজৰ মাজত। অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত যি সময়ত বিজেপিৰ কোনো ঢৌ নাছিল, সেই সময়ত বোকাখাতত দলটোক আঁকোৱালি থকা তিনিজন ব্যক্তিৰ অন্যতম আছিল ধৰ।

সেই তিনিগৰাকী আছিল লক্ষ্য শৰ্মা, শম্ভু দেৱ আৰু বিবেকানন্দ ধৰ। ইয়াৰে শম্ভু দেৱৰ কোভিডত মৃত্যু হয়। বিবেকানন্দ ধৰো কোভিড আক্ৰান্ত হৈছিল যদিও আৰোগ্য লাভ কৰিছিল। কিন্তু কলিজাত ৯ টাকৈ বিন্ধা লৈ মৃত্যুৰ ক্ষণ গণিছিল বিবেকানন্দ ধৰে। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দৰ্শন আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰা বিবেকানন্দ ধৰ বিজেপিৰ এই জনপ্ৰিয়তাৰ অৱস্থাত হৈ পৰিছিল শয্যাশায়ী। বৰ্তমান দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বৰে পৰা ধৰৰ সৈতে হৈছিল সুসম্পৰ্ক আছিল বুলি জনা যায়। বিজেপিৰ যুৱ মৰ্চাৰ লক্ষীমপুৰত অনুষ্ঠিত এখন সাংগঠনিক সভালৈ আহিছিল মোদী।

 বিজেপি নেতা বিবেকানন্দ ধৰ
বোকাখাতৰ প্ৰবীণ বিজেপি নেতা বিবেকানন্দ ধৰৰ দেহাৱসান:

তেতিয়াই মাটিত বহি একে লগে সভা কৰিছিল। ধৰৰ সাংগঠনিক বক্তব্যত অভিভূত হৈছিল মোদী। লক্ষীমপুৰৰ এই সভাৰ ছমাহৰ পাছতে মোদী মুখ্যমন্ত্ৰী হ’ল গুজৰাটৰ। অসমত তেতিয়া কংগ্ৰেছৰ দিন। তাৰ মাজতেই প্ৰত্যাহ্বান গ্ৰহণ কৰি যি সকলে অসমত বিজেপিৰ ভেটী বান্ধিবলৈ মৰসাহ কৰিছিল তাৰে এজন বোকাখাতৰ কুৰুৱাবাহীৰ বিবেকানন্দ ধৰ। হাৰ্টৰ ৯ টা ব্লক লৈ বিগত দিন সমূহত বিচনাতে পাৰ কৰিছিল ধৰে ।

দলটোৰ সংকটৰ সময়তো খোপনি নেহেৰুৱাই আদৰ্শত অটল থকা বিবেকানন্দ ধৰৰ এই বিপৰ্যয়ৰ সময়ত কাষত ঠিয় হৈছিল বোকাখাতৰ সাংবাদিক, বিজেপি যুৱ নেতা আকাশ ফুকনৰ লগতে মন্ত্ৰী অতুল বৰাৰ মানুহ। শিল্পানুৰাগী ধৰ এগৰাকী সুদক্ষ অভিনেতাও আছিল। আনৰ বাবেই অবিৰত চিন্তা কৰি , সমাজৰ হিতাৰ্থে বাদুলীপাৰৰ ‘সহায়’ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত মৰণোত্তৰভাৱে ইলোৰা বিজ্ঞান মঞ্চক দেহ দান কৰি থৈ গৈছে বিবেকানন্দ ধৰে। ধৰে পত্নী আৰু দুগৰাকী কন্যাক ইহ সংসাৰত এৰি থৈ গৈছে। আনহাতে পত্নীয়েও সমান্তৰালভাৱে কৰিছে দেহ দান কৰিছে বুলি জানিব পৰা গৈছে।

Tags: BJP leader Vivekanand DharBokakhatবিজেপি নেতা বিবেকানন্দ ধৰবোকাখাত
Share4Tweet3Send

Related Posts

Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

by News Desk
June 24, 2026
50
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
ADVERTISEMENT
Warning before earthquake : ভূমিকম্পৰ আগতে সতৰ্কবাৰ্তা : কম্পনৰ আগতে গুগলে কি দৰে দিয়ে জাননী
National-International

Warning before earthquake : ভূমিকম্পৰ আগতে সতৰ্কবাৰ্তা : কম্পনৰ আগতে গুগলে কি দৰে দিয়ে জাননী

June 25, 2026
50
Passport row : পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয় নেকি? মোদী চৰকাৰলৈ বিৰোধীৰ আঙুলি
National-International

Passport row : পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয় নেকি? মোদী চৰকাৰলৈ বিৰোধীৰ আঙুলি

June 25, 2026
50
Bangladesh Visa : প্ৰায় দুবছৰৰ অন্তত বাংলাদেশীৰ বাবে পৰ্যটন ভিছা প্ৰৱৰ্তন কৰিব ভাৰতে
National-International

Bangladesh Visa : প্ৰায় দুবছৰৰ অন্তত বাংলাদেশীৰ বাবে পৰ্যটন ভিছা প্ৰৱৰ্তন কৰিব ভাৰতে

June 25, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

June 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Warning before earthquake : ভূমিকম্পৰ আগতে সতৰ্কবাৰ্তা : কম্পনৰ আগতে গুগলে কি দৰে দিয়ে জাননী

Warning before earthquake : ভূমিকম্পৰ আগতে সতৰ্কবাৰ্তা : কম্পনৰ আগতে গুগলে কি দৰে দিয়ে জাননী

June 25, 2026
Passport row : পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয় নেকি? মোদী চৰকাৰলৈ বিৰোধীৰ আঙুলি

Passport row : পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয় নেকি? মোদী চৰকাৰলৈ বিৰোধীৰ আঙুলি

June 25, 2026
Bangladesh Visa : প্ৰায় দুবছৰৰ অন্তত বাংলাদেশীৰ বাবে পৰ্যটন ভিছা প্ৰৱৰ্তন কৰিব ভাৰতে

Bangladesh Visa : প্ৰায় দুবছৰৰ অন্তত বাংলাদেশীৰ বাবে পৰ্যটন ভিছা প্ৰৱৰ্তন কৰিব ভাৰতে

June 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx