‘দ্য কেৰালা ষ্ট’ৰী’ (The Kerala Story) অভিশাপেই আশীৰ্বাদ হৈছে। সুদীপ্ত সেন আৰু বিপুল অমৰুতলাল শ্বাহৰ ‘দ্য কেৰেলা ষ্ট’ৰী’-এ ৮০ কোটি টকা অতিক্ৰম (Rs 80 crore crossed) কৰে। আদা শ্বাহ অভিনীত এই ছবিখন মুক্তিৰ পিছৰে পৰা বিতৰ্কৰ সন্মুখীন হৈ আহিছে। এসপ্তাহৰ পাছত ছবিখনৰ বক্স অফিচ সংকলনে বহু লোকক আচৰিত কৰি তুলিছে।
সমালোচকসকলে কয় যে অভিশাপেই আশীৰ্বাদ হৈছে। বিতৰ্কৰ বাবে এই ছবিখনৰ দৰ্শকৰ সংখ্যা বাঢ়িছে। বৰ্তমান ছবিখন ‘ছুপাৰহিট’ (Super Hit Movie)। এই ছবিখন তিনিগৰাকী ছোৱালীৰ কাহিনী। যিসকলে লাভ জেহাদৰ বাবে সময়ৰ লগে লগে আইছিছত যোগদান কৰে। এই প্ৰসংগতেই বিতৰ্ক আৰম্ভ হৈছিল।