ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Uttar Pradesh Election I আজি যোগী ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন, কটকটীয়া নিৰাপত্তাত চলি আছে ভোটগ্ৰহণ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 11, 2023
Reading Time: 1 min read
A A
0
Uttar Pradesh Election I আজি যোগী ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন, কটকটীয়া নিৰাপত্তাত চলি আছে ভোটগ্ৰহণ

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

যোৱা ৪ মেʼত উত্তৰ প্ৰদেশত (Uttar Pradesh Election) প্ৰথম পৰ্যায়ৰ উপ-নিৰ্বাচন অনুষ্ঠিত হয়। বৃহস্পতিবাৰে যোগী (Yogi) ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ সাধাৰণ নিৰ্বাচন। আজি ৮টা সংমণ্ডলৰ ৩৮খন জিলাত ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিক্ষিপ্ত ঘটনাৰ সৃষ্টি হোৱাৰ পিছতে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে ৰাজ্যখনত নিৰাপত্তা কটকটীয়া হৈ পৰিছে। নিৰাপত্তাৰ মাজতে আৰম্ভ হৈছে অন্তিম ৰাউণ্ডৰ ভোটগ্ৰহণ। আজি প্ৰায় চাৰি লাখ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব।
Uttar pradesh Election
আজি যোগী ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন:

পুৱা ৯ বজালৈকে ৮ খন জিলাত ভোটাৰৰ ভোটদানৰ হাৰ ১০.৪৯ শতাংশ। ভাল ফলাফলৰ আশা কৰিছে গেৰুৱা শিবিৰে। আনহাতে, প্ৰথম ৰাউণ্ডৰ নিৰ্বাচনৰ দিনটোত মায়াৱতীয়ে কয় যে তেওঁ ভাল সময়ৰ আশাত আছে। ভোট গ্ৰহণৰ সময়তে সমাজবাদী পাৰ্টিয়ে টুইট কৰে। টুইটটোত গেৰুৱা শিবিৰৰ নেতা আৰু তেওঁলোকৰ অনুগামীসকলে বিভিন্ন বুথত সমাজবাদী পাৰ্টিৰ কৰ্মী আৰু সমৰ্থকৰ সৈতে অসৎ আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে। নির্বাচন আয়োগৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ দুটা পৰ্যায়ৰ নিৰ্বাচনৰ গণনা ১৩ মেʼত অনুষ্ঠিত হʼব।

Tags: uttar pradeshআজি যোগী ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন
Share4Tweet3Send

Related Posts

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!
National-International

by News Desk
June 17, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

by News Desk
June 17, 2026
50
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন
DIPHU

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

by Staff Reporter
June 17, 2026
50
Cockroach Janata Party I পঁইতাচোৰাৰ গুৰুক কোনে কিয় চৰিয়ালে
National-International

Cockroack Janata Party I পঁইতাচোৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপকে

by Staff Reporter
June 17, 2026
50
ADVERTISEMENT
NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!
National-International

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

June 17, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

June 17, 2026
50
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন
DIPHU

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

June 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

June 17, 2026
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

June 17, 2026
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT