ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur Violence Update I উত্তপ্ত মণিপুৰত ৰে’ল সেৱা বাতিল 

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 5, 2023
Reading Time: 1 min read
A A
0
Manipur Violence Update I উত্তপ্ত মণিপুৰত ৰে’ল সেৱা বাতিল 

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

মেইটেই সম্প্ৰদায় আৰু সংখ্যাগৰিষ্ঠ জনজাতীয় লোকসকলৰ মাজত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছত উত্তৰ-পূবৰ ৰাজ্য মণিপুৰ উত্তপ্ত (Manipur Violence) হৈ পৰাৰ বাবে উত্তৰ-পশ্চিম সীমান্ত ৰে’লৱেই (এনএফআৰ) মণিপুৰলৈ সকলো ৰে’ল বন্ধ সেৱা কৰি দিছে (Northeast Frontier Railways cancelled all Manipur-bound trains) । আনহাতে, চুবুৰীয়া ৰাজ্য ত্ৰিপুৰা, মেঘালয়, অসম আৰু নাগালেণ্ডেও ৰাজ্যখনত উদ্ধাৰ আৰু স্থানান্তৰ কাৰ্য চলাই আছে।

Manipur Violence
NFR cancelled all Manipur-bound trains:

অল ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়ন মণিপুৰে (All Tribal Student Union Manipur) বুধবাৰে ১০ খন পাহাৰীয়া জিলাত থকা মেইটেইসকলৰ অনুসূচীত জনজাতিৰ (এছটি) মৰ্যাদাৰ দাবীৰ প্ৰতিবাদত জনজাতীয় সংহতি সমদলৰ আয়োজন কৰে। এই সমদলৰ সময়তে হিংসাত্মক ঘটনাৰ সূত্ৰপাত ঘটে।

আনহাতে, ২৮ এপ্ৰিলত মুখ্যমন্ত্ৰী বীৰেন সিঙৰ চুৰাচান্দপুৰ ভ্ৰমণৰ দিনা সংৰক্ষিত বনাঞ্চল আৰু গাঁৱৰ পৰা উচ্ছেদ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ জৰীপৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ মণিপুৰৰ জনজাতীয় গোটসমূহে ১২ ঘণ্টীয়া বন্ধৰ আহ্বান জনোৱাৰ সময়তে এই বিবাদ আৰম্ভ হৈছিল।

Tags: Manipur
Share4Tweet3Send

Related Posts

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য
NORTHEAST

Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

by News Desk
May 19, 2026
50
Manipur violence : মণিপুৰৰ বিষ্ণুপুৰ জিলাত ধাৰাবাহিক বিস্ফোৰণত আহত ৩
NORTHEAST

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

by Staff Reporter
May 7, 2026
50
Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎
NORTHEAST

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

by News Desk
April 24, 2026
50
Ten militants were killed in a clash in India-Myanmar border: The situation in Manipur is critical
NORTHEAST

Manipur violence I দুই শিশু আৰু অৱসৰপ্ৰাপ্ত সেনা জোৱানক হত্যাক লৈ পুনৰ উত্তপ্ত মণিপুৰ

by Staff Reporter
April 21, 2026
50
ADVERTISEMENT
Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান
National-International

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

May 25, 2026
50
‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬
National-International

‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

May 25, 2026
50
Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী
National-International

Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

May 25, 2026
50
AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ
National-International

AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ

May 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

May 25, 2026
‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

May 25, 2026
Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

May 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx