Health & Fitness

Health & Fitness | Get daily dose of information related to Health and Fitness in Assamese and English

কেইটামান খাদ্য খালী পেটত খালে অধিক উপকাৰ হয়

কেইটামান খাদ্য খালী পেটত খালে অধিক উপকাৰ হয়

শৰীৰৰ ভাল বেয়া অৱস্থা নিৰ্ভৰ কৰে খাদ্যৰ ওপৰত। গোটেই বছৰটো সুস্থ হৈ থাকিবলৈ স্বাস্থ্যসন্মত খাদ্য খোৱাটো জৰুৰী। শৰীৰৰ যত্ন লʼবলৈ...

এচামুচ মৌৱে নিয়ন্ত্ৰণত ৰাখে তেজত শৰ্কৰাৰ মাত্ৰা, কলেষ্টেৰল : গৱেষণাত দাবী

এচামুচ মৌৱে নিয়ন্ত্ৰণত ৰাখে তেজত শৰ্কৰাৰ মাত্ৰা, কলেষ্টেৰল : গৱেষণাত দাবী

মৌৰ বহু গুণ আছে। চৰ্দি আৰু কাহৰ চিকিৎসাত মৌ ব্যৱহাৰ কৰা হয়। কেৱল সেয়াই নহয়, মৌৰ সংমিশ্ৰণ যিকোনো ঘা বা...

শীতকালত টনচিলাইটিছ ৰোগত আক্ৰান্ত হ’লে ঘৰতে কেনেকৈ সকাহ পাব?

শীতকালত টনচিলাইটিছ ৰোগত আক্ৰান্ত হ’লে ঘৰতে কেনেকৈ সকাহ পাব?

বহুতে শীতকালত টনচিলৰ সমস্যাত ভুগি থাকে। আইচক্ৰীম, ঠাণ্ডা পানীয় খালে মূলতঃ এই সমস্যা বৃদ্ধি পায়। গিলিলে বিষ, কথা কোৱাত অসুবিধা,...

শীত আহিলে উশাহ-নিশাহৰ সমস্যা বাঢ়ি যায়? ঔষধৰ উপৰি খাওক এইবোৰ খাদ্য

শীত আহিলে উশাহ-নিশাহৰ সমস্যা বাঢ়ি যায়? ঔষধৰ উপৰি খাওক এইবোৰ খাদ্য

বৰ্ধিত বায়ু প্ৰদূষণৰ ফলত বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি হৈছে। ইয়াৰে এটা হʼল উশাহ লোৱাত কষ্ট। এই সমস্যা শীতকালত বেছিকৈ দেখা...

শীতকালত অতিৰিক্ত শুকান ছালৰ যত্ন ল’বলৈ কি কৰিব আৰু কি নকৰিব

শীতকালত অতিৰিক্ত শুকান ছালৰ যত্ন ল’বলৈ কি কৰিব আৰু কি নকৰিব

শীতকাল আহিবলৈ আৰু বেছি দেৰি নাই। ছালৰ বিভিন্ন সমস্যা ঠাণ্ডাৰ লগে লগেই আৰম্ভ হয়। গতিকে বহুতেই ঠাণ্ডাৰ ক্ৰীম, মইশ্বোৰাইজাৰ লগাবলৈ...

মাতৃ দুগ্ধ শিশুৰ বাবে অমৃত! কিন্তু মাতৃয়ে শীতকালত স্তন যুগলৰ কেনেদৰে যত্ন ল’ব?

মাতৃ দুগ্ধ শিশুৰ বাবে অমৃত! কিন্তু মাতৃয়ে শীতকালত স্তন যুগলৰ কেনেদৰে যত্ন ল’ব?

নৱজাত শিশুৰ বাবে মাতৃদুগ্ধৰ বিকল্প নাই। জন্মৰ পৰা ৬ মাহলৈকে মাকৰ গাখীৰৰ বাহিৰে একো খুৱাব নালাগে। কিন্তু শীতকালত বতাহত আৰ্দ্ৰতা...

শীতকাল মানে চৰ্দিৰ প্ৰাদুৰ্ভাৱ, সুস্থ হৈ থাকিবলৈ কি কি ফল খাব লাগে?

শীতকাল মানে চৰ্দিৰ প্ৰাদুৰ্ভাৱ, সুস্থ হৈ থাকিবলৈ কি কি ফল খাব লাগে?

শীতকালত ৰোগ প্ৰতিৰোধ ক্ষমতা মানুহৰ শৰীৰত স্বাভাৱিকতকৈ অলপ কম হয়। তাৰ লগতে বিভিন্ন শাৰীৰিক সমস্যাও দেখা যায়। শৰীৰত অশান্তিৰ সৃষ্টি...

কোভিডৰ বাবেই মহামাৰীৰ ৰূপ ল’ব কেন্সাৰে! অধ্যয়নত ভয়ংকৰ তথ্য

কোভিডৰ বাবেই মহামাৰীৰ ৰূপ ল’ব কেন্সাৰে! অধ্যয়নত ভয়ংকৰ তথ্য

কোভিড Covid মহামাৰীৰ পূৰ্বে কৰ্কট ৰোগ আছিল বিশ্বজুৰি মৃত্যুৰ অন্যতম প্ৰধান কাৰণ। এক নতুন গৱেষণাৰ পৰা দেখা গৈছে যে কোভিডৰ...

পুৰুষসকলৰ মাজত বৃদ্ধি পাইছে বন্ধ্যাত্বৰ সংকট! মোবাইল ফোনত লুকাই আছে নেকি সমস্যা?

পুৰুষসকলৰ মাজত বৃদ্ধি পাইছে বন্ধ্যাত্বৰ সংকট! মোবাইল ফোনত লুকাই আছে নেকি সমস্যা?

আঙুলিৰ বিষৰ বাবে চামুচ ধৰি ৰখাটো কঠিন হৈ পৰিছে। আঙুলি আৰু হাতৰ কব্জাত অচেনতা। সকলোবোৰ অত্যধিক মোবাইল ফোন ব্যৱহাৰৰ ফল।...

আপোনাৰ অজ্ঞাতে যকৃতৰ কোনো গুৰুতৰ ৰোগত ভুগি আছে নেকি? কি কি লক্ষণত বুজিব পাৰে?

আপোনাৰ অজ্ঞাতে যকৃতৰ কোনো গুৰুতৰ ৰোগত ভুগি আছে নেকি? কি কি লক্ষণত বুজিব পাৰে?

অনিয়মিত জীৱনশৈলী, অস্বাস্থ্যকৰ খাদ্যাভ্যাস, মদ খোৱাৰ প্ৰৱণতা, শাৰীৰিক ব্যায়ামৰ অভাৱ- চৰ্বিযুক্ত যকৃতৰ দৰে সমস্যাবোৰ কেতবোৰ কাৰণত সহজে শৰীৰত বাহৰ পাতে।...

Page 3 of 63 1 2 3 4 63
ADVERTISEMENT

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.