Terrorist arrested : বাংলাদেশৰ পৰা ভাৰত আক্ৰমণৰ পৰিকল্পনা কৰা লস্কৰ-ই-তৈবাৰ নেতাক দিল্লীত গ্ৰেপ্তাৰ
বাংলাদেশত থকাৰ সময়ত ভাৰতত আক্ৰমণৰ পৰিকল্পনা কৰাৰ অভিযোগ উঠা লস্কৰ-ই-তৈবাৰ (Laskar-i-Taiba) সদস্য শ্বাব্বিৰ আহমেদ ল’ন (Shabbir Ahmed Loan)ক গ্ৰেপ্তাৰ (Arrested)।...
















