Women reservation bill : লোকসভাত নাকচ হ’ল মহিলা সংৰক্ষণ বিধেয়ক, সংবিধান সংশোধনী বিধেয়কত প্ৰয়োজনীয় সমৰ্থন লাভ কৰাত ব্যৰ্থ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে মহিলা সংৰক্ষণ (Women reservation) আৰু লোকসভাৰ আসন বৃদ্ধিৰ সন্দৰ্ভত ১৩১ সংখ্যক সাংবিধানিক সংশোধনী বিধেয়ক (Constitutional Amendment ...








