Assam Elections 2026 : শান্তিপূৰ্ণ সম্পন্ন ভোটগ্ৰহণ, সন্ধিয়া ৫ বজালৈ ভোটদানৰ হাৰ ৮৪.৪২ শতাংশ
সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠিত অসম বিধানসভাৰ ষষ্ঠদশ নিৰ্বাচনৰ (16th Assam Legislative Assembly election) ভোটগ্ৰহণ (Voting) শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে (Peacefully and orderly) ...







