UGC new regulations : সমাজত বিভাজনৰ সৃষ্টিৰ আশংকাৰে জাতি বৈষম্য সম্পৰ্কীয় ইউজিচিৰ নতুন নিয়মত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ
দেশজুৰি চলি থকা বিতৰ্কৰ মাজতে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে শিক্ষানুষ্ঠানত জাতিগত বৈষম্য ৰোধৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগে (UGC) প্ৰস্তুত কৰা নতুন ...







