Third Anniversary of the Peace Treaty : ৬ প্রাক্তন কার্বি বিদ্রোহী সংগঠনৰ ঐক্যমঞ্চ কেৰাফৰ উদ্যোগত ডিফুত শান্তি চুক্তিৰ তৃতীয় বর্ষপূর্তি উদযাপন
২০২১ চনৰ ৪ ছেপ্টেম্বৰত নতুন দিল্লীত শান্তি চুক্তি কৰা কাৰ্বি আংলং জিলাৰ ৬টা প্রাক্তন বিদ্রোহী সংগঠনৰ ঐক্যমঞ্চ কাৰ্বি এক্স ৰিভ'লিউছনাৰী ...







