Sunita Williams : অৱসৰ ঘোষণা সুনীতা উইলিয়ামছৰ, ২৭ বছৰীয়া কেৰিয়াৰত ৬০৮ দিন কটালে মহাকাশত
নাছাৰ ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছৰ (Sunita Williams) অৱসৰ গ্ৰহণ (Retirement)। ৬০ বছৰীয়া আমেৰিকান মহাকাশচাৰীগৰাকীয়ে ২৭ বছৰীয়া কেৰিয়াৰৰ অন্তত ২৭ ...








