ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home EDUCATION AND TECHNOLOGY

Sunita Williams : ৬১ দিন মহাকাশত আবদ্ধ হৈ থকা সুনীতা আৰু তেওঁৰ সহকৰ্মীৰ শাৰীৰিক অৱস্থাৰ অৱনতি

নিউজ ডেস্কঃ

News Desk by News Desk
August 5, 2024
Reading Time: 1 min read
A A
0
Sunita Williams : ৬১ দিন মহাকাশত আবদ্ধ হৈ থকা সুনীতা আৰু তেওঁৰ সহকৰ্মীৰ শাৰীৰিক অৱস্থাৰ অৱনতি

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms

Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace

মহাকাশত আবদ্ধ (trapped in space) হৈ আছে ভাৰতীয়-আমেৰিকান মহাকাশচাৰী (Astronauts) সুনীতা উইলিয়ামছ (Sunita Williams) আৰু তেওঁৰ সহযোগী বুচ উইলম’ৰ (Butch Wilmore)। তেওঁলোক মহাকাশত থকা দুমাহতকৈও অধিক সময় হ’ল। এতিয়াও যান্ত্ৰিক সমস্যাৰ বাবে পৃথিৱীলৈ ঘূৰি আহিব পৰা নাই তেওঁলোক। সুনীতাই মহাকাশলৈ যাত্ৰা কৰা বয়িং ষ্টাৰলাইনাৰত যান্ত্ৰিক বিজুতি পোৱা গৈছে। নাছাই মহাকাশচাৰী দুজনক নিৰাপদে ঘূৰাই অনাৰ চেষ্টা চলাইছে। কিন্তু সময়ৰ লগে লগে আশঙ্কাও বাঢ়িছে।

৫ জুনত সুনীতা আৰু বুচে বয়িং ষ্টাৰলাইনাৰত মহাকাশলৈ উৰা মাৰিছিল। গন্তব্যস্থান আছিল আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (ISS)। সুনীতা তাত মাত্ৰ ন দিন থকাৰ পৰিকল্পনা আছিল। কিন্তু মহাকাশযানখনত এটা ত্ৰুটি ধৰা পৰে। মহাকাশযানখনৰ পৰা হিলিয়াম গেছ নিৰ্গত হোৱা বুলি দাবী কৰা হৈছে। গতিকে পৃথিৱীলৈ ঘূৰাই অনা সম্ভৱ নহয়। ইতিমধ্যে দুবাৰকৈ তাৰ মেৰামতিৰ চেষ্টা কৰা হয় যদিও বিফল হয়।

space 1 | ASSAM TIMES POST
মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী বুচ উইলম’ৰ

শেহতীয়াকৈ মহাকাশযান নিৰ্মাতা কোম্পানীটোৱে কয় যে তেওঁলোকে বয়িং ষ্টাৰলাইনাৰৰ নিয়ন্ত্ৰণ ব্যৱস্থাৰ কেইবাটাও পৰীক্ষা সম্পন্ন কৰিছে। পৰীক্ষাৰ ফলাফল ধনাত্মক। ফলত মহাকাশযানখনেৰে সুনীতাক নিৰাপদে ঘূৰাই অনা সম্ভৱ হ’ব বুলি সংগঠনটোৰ পৰিচালনা সমিতিয়ে আশাবাদী। নাছায়ো বৰ্তমান সংস্থাটোৰ ওপৰত নিৰ্ভৰ কৰি আছে। কিন্তু আন সম্ভাৱনাকো নুই কৰিব নোৱাৰি।

আনহাতে, মহাকাশচাৰীসকলে মহাকাশত দীঘলীয়া দিনত সন্মুখীন হোৱা শাৰীৰিক সমস্যাৰ সন্মুখীন হ’বলৈ ইতিমধ্যে আৰম্ভ কৰিছে সুনীতা আৰু বুচে। তেওঁলোকৰ পেশীবোৰ শিথিল হৈ পৰিছে, হাড়বোৰো দুৰ্বল হৈ আহিছে। কিন্তু মহাকাশচাৰীৰ বাবে এইবোৰ স্বাভাৱিক আৰু চিনাকি ৰোগ। নাছাৰ মতে, সুনীতা আৰু বুচৰ স্বাস্থ্য ‘সুস্থিৰ’। কিন্তু কেতিয়া তেওঁলোকক ঘূৰাই আনিব পাৰিব সেইটো হ’ব লক্ষণীয়।

Tags: SunitaWilliamsসুনীতাউইলিয়ামছ
Share4Tweet3Send

Related Posts

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক
EDUCATION AND TECHNOLOGY

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

by News Desk
January 17, 2026
50
The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms
EDUCATION AND TECHNOLOGY

The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms

by ASSAM TIMES POST
May 12, 2025
50
Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace
EDUCATION AND TECHNOLOGY

Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace

by ASSAM TIMES POST
May 11, 2025
50
Uncover the Enchantment: Discover Hidden Gems Beyond the Tourist Trail in Kyoto
EDUCATION AND TECHNOLOGY

Uncover the Enchantment: Discover Hidden Gems Beyond the Tourist Trail in Kyoto

by ASSAM TIMES POST
May 10, 2025
50
The Ripple Effect: Global Events Transforming Local Lives
EDUCATION AND TECHNOLOGY

The Ripple Effect: Global Events Transforming Local Lives

by ASSAM TIMES POST
May 9, 2025
50
Assam’s Hidden Treasures: Unveiling the Enchanting Wonders Awaiting Your Discovery
EDUCATION AND TECHNOLOGY

Assam’s Hidden Treasures: Unveiling the Enchanting Wonders Awaiting Your Discovery

by ASSAM TIMES POST
May 8, 2025
50
ADVERTISEMENT
Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব
National-International

Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব

May 12, 2026
50
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত
National-International

NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

May 12, 2026
50
Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই
National-International

Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই

May 12, 2026
50
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

‎তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত যোচেফ বিজয়ে বৃহৎ পদক্ষেপ I ৭১৭ খন সুৰাৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ

May 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব

Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব

May 12, 2026
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

May 12, 2026
Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই

Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই

May 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx