SC on WhatsApp : ভাৰতীয় নাগৰিকৰ ব্যক্তিগত তথ্যৰ সৈতে খেলা নকৰিব, ৱাটছএপ-মেটাক তীব্ৰ ভৰ্ৎসনা উচ্চতম ন্যায়ালয়ৰ
মঙলবাৰে উচ্চতম ন্যায়ালয়ে (Suprem Court) ৱাটছএপ (WhatsApp) আৰু এই এপটোৰ মালিক মেটাক তেওঁলোকৰ ডাটা শ্বেয়াৰিং আৰু প্ৰাইভেচী পলিচিক লৈ কঠোৰ ...







