Israel Iran war : ভাৰতক সুবিধা দিবৰ বাবে ইৰাণৰ শাসন ব্যৱস্থা সলনি কৰিবলৈ চেষ্টা ইজৰাইলৰ, অভিযোগ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ
ইৰাণ (Iran)ৰ ওপৰত ইজৰাইল (Isael)ৰ আক্ৰমণক ‘ইহুদী পৰিকল্পনা’ (Jewish plan) বুলি অভিহিত কৰিছে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী (Pak Diffence Minister) খোৱাজা ...







