Air Defense Deployment : ছৌদি আৰৱত ৮,০০০ সৈন্য, যুঁজাৰু বিমানৰ এটা স্কোৱাড্ৰন আৰু এটা বায়ু প্ৰতিৰক্ষা প্ৰণালী মোতায়েন পাকিস্তানৰ
পাকিস্তানৰ (Pakistan) শীৰ্ষ সামৰিক সূত্ৰই সোমবাৰে জনোৱা মতে, পাকিস্তানে পাৰস্পৰিক প্ৰতিৰক্ষা চুক্তিৰ অধীনত ছৌদি আৰৱত (In Saudi Arabia) ৮,০০০ সৈন্য, ...







