Odisha Bribe case : আলমাৰীত কেৱল টকা আৰু টকা, ওড়িশাত উৎকোচৰ অভিযোগত গ্ৰেপ্তাৰ খনি বিভাগৰ বিষয়া
মঙলবাৰে তেওঁক উৎকোচ (Bribe) লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ (Arrested on charges) কৰে ভিজিলেন্স বিভাগে (Vigilance Department)। এইবাৰ খনি বিভাগৰ বিষয়াগৰাকীৰ ঘৰত ...







