Manish Malhotra’s directorial debut | পোছাক ডিজাইনাৰৰ পৰা এইবাৰ চিত্ৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ মনীষ মালহোত্ৰাৰ
মায়ানগৰী মুম্বাইৰ অন্যতম সফল আৰু চৰ্চিত সাজ-পোছাক ডিজাইনাৰ হৈছে মনীষ মালহোত্ৰা (Manish Malhotra) । আলিয়া ভাট, জাহ্নৱী কাপুৰ, কিয়াৰা আদবানী, ...







