ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

Staff Reporter by Staff Reporter
June 17, 2026
Reading Time: 1 min read
A A
0
Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

Oplus_131072

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

কেৰালাত শ্বিগেলা বেক্টেৰিয়াৰ কবলত শতাধিক, বাঢ়িছে মৃত্যুৰ সংখ্যা

কাৰোবাৰ যদি ফোনৰ চুইচ অফ, কোনোবাই আকৌ ৰিং হৈ থকাৰ পিছতো ধৰা নাই। উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনাৰ (ইউবিটি) (Shiv Sena UT Crisis) লোকসভাৰ সাংসদসকলৰ এি আচৰণক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে।
Shiv Sena UT crisis I
উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা:

লগতে উদ্ধৱসেনা শিবিৰত আন এক বিভাজন হ’ব নেকি সেই বিষয়েও চৰ্চা চলিছে। একনাথ শিণ্ডেৰ পুত্ৰ শ্ৰীকান্তে বুধবাৰ বা বৃহস্পতিবাৰে দিল্লীৰ উদ্ধৱ শিবিৰৰ ‘বিদ্ৰোহী’ সাংসদসকলক সাক্ষাৎ কৰিব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

উদ্ধৱ শিবিৰত বৃহস্পতিবাৰে দিল্লীত সংসদীয় সমিতিৰ বৈঠক আহ্বান কৰা হৈছে। উক্ত বৈঠকত দলৰ কেইজন সাংসদ উপস্থিত থাকিব তাকে লৈ প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে। যদিও উদ্ধৱ শিবিৰৰ দাবী যে দলত বিভাজনৰ কোনো সম্ভাৱনা নাই, কিন্তু দলৰ ভিতৰত মতানৈক্য আছে।

সূত্ৰ অনুসৰি, উদ্ধৱ শিবিৰৰ সাংসদসকলে দিল্লীস্থিত শ্ৰীকান্তৰ বাসগৃহত বৈঠকত মিলিত হোৱাৰ কথা। উক্ত বৈঠকত উপস্থিত থাকিব পাৰে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ শিণ্ডে। জানিব পৰা মতে, উক্ত বৈঠকৰ পাছত ‘বিদ্ৰোহী’ সাংসদসকলে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰিব পাৰে। তাত এক সুকীয়া ‘ব্লক’ গঠনৰ প্ৰস্তাৱ দিব পাৰে।

পৰৱর্তী সময়ত এই শিবিৰটো শিণ্ডেসেনাৰ সৈতে একত্ৰিত হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে৷ সূত্ৰৰ উদ্ধৃতি দি এনডিটিভিয়ে প্ৰকাশ কৰা অনুসৰি, উদ্ধৱ শিবিৰৰ কমেও ছয়জন সাংসদ শিণ্ডেসেনাৰ সৈতে যোগাযোগত আছে। এই তালিকাত আছে সঞ্জয় দীনা পাটিল, সঞ্জয় দেশমুখ, নাগেশ পাটিল, উমৰাজে নিম্বালকাৰ, ভৌছাহেব ৱাকচৌৰ আৰু সঞ্জয় যাদৱ।

আন এক সূত্ৰই দাবী কৰিছে যে উদ্ধৱৰ ঘনিষ্ঠ সহযোগী অৰবিন্দ সাৱন্ত আৰু অনিল দেশাই বুধবাৰে দিল্লীত উপস্থিত হ’ব পাৰে। ইতিমধ্যে দিল্লীত উপস্থিত হৈছে দলটোৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় ৰাৱট। প্ৰশ্ন উত্থাপন হয় যে তেওঁ বিদ্ৰোহী সাংসদসকলক লগ কৰিব নেকি? অৱশ্যে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক উত্তৰ পোৱা হোৱা নাই।

Tags: উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতেএকনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনাপুনৰ বিভাজনৰ আশংকা
Share4Tweet3Send

Related Posts

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 
National-International

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

by Staff Reporter
June 21, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

by Staff Reporter
June 21, 2026
50
HMPV Virus : কৰ্ণাটকৰ পিছত এইবাৰ গুজৰাটৰ দুমহীয়া শিশু এইচ এম পি ভি ভাইৰাছত সংক্ৰমিত
National-International

কেৰালাত শ্বিগেলা বেক্টেৰিয়াৰ কবলত শতাধিক, বাঢ়িছে মৃত্যুৰ সংখ্যা

by Staff Reporter
June 21, 2026
50
আন্তৰ্জাতিক যোগ দিৱসত কলকাতাত তিনিখন যুদ্ধ জাহাজ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
National-International

আন্তৰ্জাতিক যোগ দিৱসত কলকাতাত তিনিখন যুদ্ধ জাহাজ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

by Staff Reporter
June 21, 2026
50
Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি
National-International

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

by News Desk
June 20, 2026
50
Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ
National-International

Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

by News Desk
June 20, 2026
50
ADVERTISEMENT
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 
National-International

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

June 21, 2026
50
HMPV Virus : কৰ্ণাটকৰ পিছত এইবাৰ গুজৰাটৰ দুমহীয়া শিশু এইচ এম পি ভি ভাইৰাছত সংক্ৰমিত
National-International

কেৰালাত শ্বিগেলা বেক্টেৰিয়াৰ কবলত শতাধিক, বাঢ়িছে মৃত্যুৰ সংখ্যা

June 21, 2026
50
আন্তৰ্জাতিক যোগ দিৱসত কলকাতাত তিনিখন যুদ্ধ জাহাজ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
National-International

আন্তৰ্জাতিক যোগ দিৱসত কলকাতাত তিনিখন যুদ্ধ জাহাজ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

June 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

June 21, 2026
HMPV Virus : কৰ্ণাটকৰ পিছত এইবাৰ গুজৰাটৰ দুমহীয়া শিশু এইচ এম পি ভি ভাইৰাছত সংক্ৰমিত

কেৰালাত শ্বিগেলা বেক্টেৰিয়াৰ কবলত শতাধিক, বাঢ়িছে মৃত্যুৰ সংখ্যা

June 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx