Propose love : শ্ৰেণীকোঠাত ছাত্ৰীক প্ৰেমৰ প্ৰস্তাৱ দি জোতাৰ কোব খালে মেডিকেল কলেজৰ অধ্যাপকে
বেংগালুৰু (Bengaluru)ৰ এখন চিকিৎসা মহাবিদ্যালয় (Medical College)ত সংঘটিত হৈছে এই ঘটনা। এখন চিকিৎসা মহাবিদ্যালয়ৰ এনে চাঞ্চল্যকৰ ঘটনাই ঊৰ্ধ্বতন কৰ্তৃপক্ষকো জোকাৰি ...







