Laser weapons : আকাশত ছাই হৈ পৰিব অনুপ্ৰৱেশ কৰা শত্ৰু ড্ৰোন : ফ্ৰান্সৰ পৰা লেজাৰ অস্ত্ৰ ‘হেলমা’ ক্ৰয় কৰিব ভাৰতে
প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰতীয় সেনা আৰু ভাৰতীয় বায়ু সেনাৰ বাবে নতুন ড্ৰোন প্ৰতিৰোধী লেজাৰ অস্ত্ৰ ক্ৰয় (Purchase of laser weapons) কৰিবলৈ ...







