Sonia Gandhi Admitted To Hospital I অসুস্থ প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী, দিল্লীত চিকিৎসালয়ত ভৰ্তি
কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীক (Sonia Gandhi) দিল্লী (Delhi)ৰ শ্ৰীগংগাৰাম চিকিৎসালয় (Gangaram Hospital)ত ভৰ্তি (Admit) কৰোৱা হৈছে। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, ...