East India Company : সময়ত সমগ্ৰ দেশ শাসনৰ অধীনত ৰখা ইষ্ট ইণ্ডিয়া কোম্পানী হ’ল দেউলীয়া : পুনৰ্জন্মৰ পিছতো বন্ধ হৈ গ’ল ব্ৰিটিছ কোম্পানী
এটা সময়ত সমগ্ৰ দেশখন ইষ্ট ইণ্ডিয়া কোম্পানী (East India Company)ৰ শাসনৰ অধীনত আছিল। ক্ৰমান্বয়ে বণিকৰ মানদণ্ড ৰাজদণ্ডৰ ৰূপত আৱিৰ্ভাৱ হ'ল। ...







