মহানগৰীত ভয়ংকৰ পৰিস্থিতি অপ্ৰয়োজনত ঘৰৰ পৰা বাহিৰলৈ নাযাবা, প্ৰশাসনে মুকলি কৰিছে হেল্প লাইন নম্বৰ
ধাৰাষাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ জৰুৰী বাৰ্তা। ধাৰাষাৰ বৰষুণ হৈ থকাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণক অনাকাংক্ষিত পৰিস্থিতিৰ পৰা ৰক্ষা পৰিবৰ ...







