BMC AI : ৰহিংগীয়া, বাংলাদেশীক চিনাক্ত কৰিব কৃত্ৰিম বুদ্ধিমত্তাই : প্ৰতিশ্ৰুতি পূৰণ কৰাৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ মুম্বাই পৌৰ নিগমৰ
ৰহিংগীয়া (Rohingya), বাংলাদেশীক চিনাক্ত (Identify Bangladeshi) কৰিব কৃত্ৰিম বুদ্ধিমত্তা (AI)ই৷ এয়া কোনো বিজ্ঞানীৰ দাবী নহয়৷ মহাৰাষ্ট্ৰৰ শাসনাধিষ্ঠ মহাজোঁটে মুম্বাই পৌৰ ...







