Assam Election 2026 : জয়ী হ’লে অসমত আনিব ‘ইউনিফৰ্ম চিভিল কোড’, বন্ধ কৰিব ‘লাভ জেহাদ’; বিজেপিৰ ইস্তাহাৰত প্ৰতিশ্ৰুতি
প্রতিষ্ঠানবিৰোধী ঢৌ বন্ধ কৰিবলৈ বিজেপিয়ে অসমত সম্ভাৱ্য ভোট পৰিবর্তক হিচাপে ‘হিন্দুত্ব’ৰ ('Hindutva') আশ্ৰয় লৈছে৷ মঙলবাৰে বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰ (BJP's election ...







