Air Ambulance crashed : ৮ লাখ টকা ধাৰ লৈ সন্তানক বচাবলৈ চাৰ্টাৰ্ড বিমান ভাৰা কৰি দিল্লীলৈ গৈ আছিল ঝাৰখণ্ডৰ এটা পৰিয়াল, দুৰ্ঘটনাত সকলো শেষ
পুত্ৰৰ জীৱন ৰক্ষাৰ বাবে পৰিয়ালটোৱে ৮ লাখ টকা ধাৰ লৈছিল। সেই ধনেৰে পৰিয়ালৰ লোকে মেডিকেল চাৰ্টাৰ্ড বিমান (Air Ambulance crashed) ...







