দিল্লীত ৰোহিংগীয়া সকলক ফ্লেট প্ৰদানৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই! কেন্দ্ৰীয় মন্ত্ৰীৰ বিপৰীত ভাষ্য গৃহ মন্ত্ৰণালয়ৰ
ৰোহিংগীয়া শৰণাৰ্থীক ফ্লেট দিয়াৰ খবৰটো শুদ্ধ নহয়। কেন্দ্রীয় গৃহ মন্ত্ৰালয়ৰ পৰা স্পষ্ট হৈ পৰিছে যে এনে কোনো নির্দেশনা দিয়া হোৱা ...