Nirbhay cruise missile test I ওড়িশাত থলুৱা প্ৰযুক্তি ক্ৰুজ মিছাইল ‘নিৰ্ভয়’ৰ সফল পৰীক্ষা
সম্পূৰ্ণ থলুৱাভাৱে নিৰ্মিত ক্ৰুজ মিছাইল ‘নিৰ্ভয়’ (Nirbhay) ৰ ওড়িশাৰ উপকূলত সফলতাৰে উৎক্ষেপণ পৰীক্ষা কৰা হয়। ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেচনে ...