ৰাজ্য জুৰি চলা অমৃত বৃক্ষ আন্দোলনৰ প্ৰতি সঁহাৰি বোকাখাতত, বিভিন্ন ঠাইত মূল্যৱান গছপুলি ৰোপনত অংশগ্ৰহণ মন্ত্ৰী অতুল বৰাৰ:
আজি ৰাজ্য জুৰি চলা এক কোটি মূল্যৱান গছপুলি ৰোপন কাৰ্যসূচী অমৃত বৃক্ষ আন্দোলনৰ (Amrit Brikshya Andolan) প্ৰতি সঁহাৰি দি বোকাখাতৰো ...







