ডিফুত হিল পিপুলছ কালচাৰেল ফ’ৰামৰ অষ্ঠম প্ৰতিষ্ঠা দিৱস উদযাপন, ২৬ টা জাতি-জনগোষ্ঠীৰ ডিফু চহৰৰ মাজেৰে উলিয়ায় বৰ্ণিল শোভাযাত্ৰা
শুকুৰবাৰে দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিফুৰ প্ৰয়াত ছাৰচিং টেৰণ লাংকুং হাবে মেম'ৰিয়েল টাউন হলত হিল পিপুলছ কালচাৰেল ফ'ৰামৰ (Hill People Cultural ...







