4Lane road from Meghalaya to Assam I মেঘালয়ৰ উমিয়ামৰ পৰা অসমৰ শিলচৰলৈ ৪ লেনযুক্ত পথ, ২৪ হাজাৰ কোটি অনুমোদন
মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী প্ৰেষ্টন টাইনছঙে (Prestone Tynsong) বৃহস্পতিবাৰে জনায় যে মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলা হৈ শিলচৰলৈ চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে ...







