First Tribal Union : ১৩-১৫ ডিচেম্বৰত ডিফুৰ তাৰালাংছ’ত প্রথম জনজাতীয় সাংস্কৃতিক সংগম, উপস্থিত থাকিব সকলো স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য
অহা ১৩, ১৪ আৰু ১৫ ডিচেম্বৰ (13-15 December)ত ডিফু (Diphu)ৰ তাৰালাংছ'স্থিত কাৰ্বি সাংস্কৃতিক প্রকল্প (Karbi Cultural Project at Taralangso)ত প্রথমবাৰৰ ...