Laying of foundation stone : ডিফুত ১০৭ কাটি টকা ব্যয় সাপেক্ষে চাৰিলেনযুক্ত পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন, বিজেপিৰ নেতৃত্বতহে উন্নয়ন সম্ভব : তুলিৰাম ৰংহাং
ডিফু (Diphu) চহৰৰ গান্ধী পার্কৰ পৰা অসম বিশ্ববিদ্যালয় ডিফু চৌহদলৈ (Gandhi Park to Diphu Assam University) চালিলেনযুক্ত পথৰ আজি আধাৰশিলা ...







